• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

মায়ংক যাদৱে ৰচিলে ইতিহাস; তৃতীয়খন টি-২০ মেচতেই গঢ়িলে এক অভিলেখ

Nation NE by Nation NE
October 13, 2024
in ক্ৰীড়া, Top News
0 0
মায়ংক যাদৱে ৰচিলে ইতিহাস; তৃতীয়খন টি-২০ মেচতেই গঢ়িলে এক অভিলেখ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ যুৱ বেগী বলাৰ মায়ংক যাদৱে বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচত ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ৪ অভাৰত ৩২ ৰান খৰচ কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ভাৰতে ১৩৩ ৰানত খেলখন জয়ী হয়। প্ৰথমে বেটিং কৰি ভাৰতে ২৯৭ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ সঞ্জু চেমছনে ৪৭টা বলত ১১১ ৰানৰ ইনিংছ খেলিছিল। সঞ্জুৰ উপৰি সূৰ্যকুমাৰ যাদৱে ৩৫টা বলত ৭৫ ৰান আৰু হাৰ্দিক পাণ্ডিয়াই ১৮টা বলত ৪৭ ৰান সংগ্ৰহ কৰে।

এই বেটছমেনসকলৰ উপৰি অসম সন্তান ৰিয়ান পৰাগেও খেলে বিস্ফোৰক ইনিংছ। তেওঁ মাত্ৰ ১৩টা বলত ৩৪ ৰানৰ ইনিংছ খেলি স্ক’ৰ ২৯৭ ৰানলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলে মাত্ৰ ১৬৪ ৰানহে কৰিব পাৰিছিল। ইয়াৰ লগে লগে ভাৰতে ৩-০ ব্যৱধানত শৃংখলা জয়ী হ’বলৈ সক্ষম হয়।

এই মেচখনত বাংলাদেশ দলে যেতিয়া বেটিং কৰিবলৈ আহিছিল, তেতিয়া ভাৰতৰ হৈ মায়ংক যাদৱে বলিং আক্ৰমণ আৰম্ভ কৰিছিল। ইনিংছৰ প্ৰথমটো বলতে অ’পেনাৰ পাৰভেজ হুছেইন ইমনক পেভিলিয়নৰ পথ দেখুৱাই মায়ংকে।

ভাৰতৰ দুৰ্দান্ত বলাৰগৰাকীয়ে প্ৰথম বলতেই উইকেট দখল কৰাৰ লগে লগে নিজৰ নামত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ইনিংছৰ প্ৰথমটো বলত উইকেট দখল কৰা ভাৰতৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হৈছে মায়ংক।

মায়ংকৰ পূৰ্বে এনে এক কৃতিত্ব অৰ্শদ্বীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰে কৰিছিল।

ইফালে এই খেলখনত ভাৰতৰ লেগ স্পিনাৰ ৰবি বিষ্ণোইও টি-২০ আন্তঃৰাষ্ট্ৰীয়ত নিজৰ ৫০টা উইকেট সম্পূৰ্ণ কৰে। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম ৫০টা উইকেট দখল কৰা তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয় ৰবি বিষ্ণোই। বিষ্ণোইয়ে ৩৩খন মেচত এই কৃতিত্ব অৰ্জন কৰে। কেৱল এয়াই নহয় টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ৫০টা উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া বলাৰ হিচাপেও পৰিগণতি হয় বিষ্ণোই।

Tags: India vs BangladeshMayank YadavT-20

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025