• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ পদৰ পৰা আঁতৰাই বিটিচি দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ!

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰিব নতুন দায়িত্ব

Nation NE by Nation NE
June 15, 2024
in অসম, Top News
0 0
বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ পদৰ পৰা আঁতৰাই বিটিচি দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ!

বিশ্বজিৎ দৈমাৰীৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

১৫ আগষ্টৰ পূৰ্বে ৰদ বদল তথা সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা ৰদ বদলৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰৰ মন্ত্ৰীসভাত নতুন মুখে স্থান পাব বুলি কৰা ঘোষণাৰ পিছতেই চৰ্চাত আহিছে বিজেপি দলৰ কেইবাজনো শীৰ্ষ নেতাৰ নাম।

বৰ্তমানৰ বিজেপি অধ্যক্ষ ভৱেশ কলিতা, লোকসভাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসৰ সমান্তৰালকৈ এইবাৰ চৰ্চালৈ আহিছে বড়ো ৰাজনীতিৰ অন্যতম চিনাকি মুখ বিশ্বজিৎ দৈমাৰীৰ নাম।

ৰাজ্যসভাৰ লগতে বিধানসভাৰ আসন শুৱনি কৰি অহা দৈমাৰীৰ জৰিয়তে বড়ো অধ্যুষিত বিটিচিৰ শাসনভাৰ দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে। আগন্তুক বিচিটি নিৰ্বাচনত ইউপিপিএল-বিপিএফক সাৰথি কৰি শাসনভাৰ দখল কৰিব বিচৰা নাই বিজেপিয়ে। যাৰ বাবে বিজেপিয়ে বিশ্বজিত দৈমাৰীক মন্ত্ৰিত্ব প্ৰদান কৰি বিটিএডিত দলটোৰ সাংগঠনিক ভেটি মজবুট কৰাৰ পৰিকল্পনা যুগুত কৰিছে।

যদিহে বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰিত্ব লাভ কৰে তেন্তে তেওঁ এৰিব লাগিব বিধানসভাৰ অধ্যক্ষৰ পদ।

অধ্যক্ষ পদত কাক অধিষ্ঠিত কৰাব তাক লৈও নিখুট পৰিকল্পনা কৰিছে বিজেপিয়ে। বিজেপিৰ ভিতৰচ’ৰাৰ খবৰ অনুসৰি অধ্যক্ষ পদৰ বাবে বাছনি কৰা হৈছে বৰ্তমানৰ মন্ত্ৰীসভাৰ বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা চন্দ্ৰমোহন পাটোৱাৰীৰ নাম।

ধৰ্মপুৰৰ পৰা কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈ অহা চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰী পদৰ পৰা আঁতৰাই বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Tags: #AssamBiswajit DaimaryBJPHimanta Biswa Sarma

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025