• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি হাৰিয়ানাত মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’লে নায়ব সিং ছৈনীয়ে

Nation NE by Nation NE
October 17, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি হাৰিয়ানাত মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’লে নায়ব সিং ছৈনীয়ে
Share on FacebookShare on TwitterWhatsApp

আজি  দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বিজেপিৰ নায়ব সিং ছৈইনীয়ে।  আজি দিনৰ ১১ বজাত অনুষ্ঠিত হয় এই শপত গ্ৰহণ কাৰ্যসূচী।এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

পঞ্চকুলাৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ প্ৰায়সকল জ্যেষ্ঠ নেতা। শপতগ্ৰহণৰ পূৰ্বে পুৱাই ভগৱান বাল্মিকী ভৱনত পূজা অৰ্চনা কৰে ছৈনীয়ে।

ইফালে, শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক অৰ্চনা গুপ্তাই হাৰিয়ানাত মহিলাসকলৰ অৱদান সন্দৰ্ভতো এক বক্তব্য ৰাখে। তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় এক লাখৰো অধিক লোকে সাক্ষী হয়। “কেৱল হাৰিয়ানাই নহয়, সমগ্ৰ দেশৰ মহিলাসকল প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আছে।

পঞ্চকুলাত বিজেপি বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত ছৈইনীক সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহও এই বৈঠকত উপস্থিত আছিল, যিয়ে নায়বক পুনৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছিল।

পঞ্চকুলাত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নাড্ডা, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। সেয়েহে, নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।

এইবাৰ, বিজেপিয়ে হাৰিয়ানা বিধানসভাত ৪৮ খন আসন লাভ কৰিছে, আনহাতে কংগ্ৰেছৰ আসন ৩৭ খন আসনলৈ হ্ৰাস পাইছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে, বিজেপিয়ে মনোহৰ লাল খট্টৰৰ ঠাইত নায়ব ছৈইনীক মুখ্যমন্ত্ৰীৰূপে বিবেচনা কৰিছিল। মনোহৰ লাল খট্টৰৰ ঠাইত ছৈইনীয়ে মাৰ্চ মাহত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এতিয়া দলটোৰ অ’বিচি মুখ ছৈইনীয়ে কুৰুক্ষেত্ৰ জিলাৰ লাডৱা আসনৰ পৰা জয়লাভ কৰিছে।

Tags: Chief ministerHaryana GovernmentIndia minister

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025