• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত চৰকাৰৰ চোৱাংচোৱাক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ

Nation NE by Nation NE
October 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ভাৰত চৰকাৰৰ চোৱাংচোৱাক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ সৰ্ববৃহৎ তদন্তকাৰী সংস্থা এফ বি আইয়ে প্ৰাক্তন ভাৰতীয় বিষয়া বিকাশ যাদৱক খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছে।

দৰাচলতে আমেৰিকাৰ মাটিত গুৰপতৱন্ত সিং পান্নুক হত্যা কৰাৰ ব্যৰ্থ ষড়যন্ত্ৰত বিকাশ যাদৱৰ ভূমিকা থকাৰ অভিযোগ উত্থাপন কৰিছে এফ বি আইয়ে।

উল্লেখ্য যে, যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকা প্ৰশাসনে পান্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰিছে।

আমেৰিকাৰ আইন বিভাগে ৩৯ বছৰীয়া বিকাশ যাদৱৰ বিৰুদ্ধে উত্থাপিত অপৰাধমূলক অভিযোগৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি ভাৰতৰ বিদেশী চোৰাংচোৱা সেৱা, ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (ৰ)ৰ প্ৰাক্তন কৰ্মচাৰী বুলি অভিহিত কৰে।

ইফালে আমেৰিকাৰ এই দাবীৰ বিপৰীতে নতুন দিল্লীস্থ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই সমগ্ৰ বিষয়ত কয় যে বিকাশ যাদৱ এতিয়া ভাৰত চৰকাৰৰ কৰ্মচাৰী নহয়।

তথ্য অনুসৰি বিকাশ যাদৱ মূলতঃ হাৰিয়ানাৰ। হাৰিয়ানাতে শিক্ষা গ্ৰহণ কৰিছিল বিকাশ যাদৱে। খালিস্তান সমৰ্থক নেতা গুৰপতৱন্ত সিং পান্নুৰ হত্যাৰ ষড়যন্ত্ৰ আৰু তাৰ বাবে ধনৰ ব্যৱস্থা কৰাৰ অভিযোগ। বিকাশ যাদৱ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ত কৰ্মৰত আছিল।

Tags: FBIIndiaMost WantedRAWUSA

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025