• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩টা চাৰি, ৩টা ছয়; টেষ্ট ক্ৰিকেটত প্ৰথমটো শতকেৰে ধামাকা ছৰফৰাজ খানৰ

Nation NE by Nation NE
October 19, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
১৩টা চাৰি, ৩টা ছয়; টেষ্ট ক্ৰিকেটত প্ৰথমটো শতকেৰে ধামাকা ছৰফৰাজ খানৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ প্ৰতিভাৱান বেটাৰ ছৰফৰাজ খানে সুন্দৰ বেটিঙৰ নিদৰ্শন দেখুৱাই আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হয়। ২৬ বছৰীয়া ছৰফৰাজে নিউজিলেণ্ডৰ অনুভৱী বেগী বলাৰ টিম ছাউথিৰ এটা বাউণ্ডেৰীলৈ ঠেলি দি নিজৰ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে।

১৩টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰে ছৰফৰাজে।

ভাৰতৰ হৈ ছৰফৰাজে এই পৰ্যন্ত চাৰিখন টেষ্ট মেচত অংশ লৈছে। চাৰিখন মেচৰ ৭ টা ইনিংছত এটা শতক আৰু চাৰিটা অৰ্ধশতকৰ সহায়ত ৩০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

ছৰফৰাজে প্ৰথম শ্ৰেণী ক্ৰিকেট কেৰিয়াৰত ৫১ খন মেচৰ ৭৬টা ইনিংছত ৬৯.০৯ গড়ৰ সহায়ত ৪৪২২ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণী ক্ৰিকেটত ছৰফৰাজৰ নামত আছে ১৫টা শতক আৰু ১৪টা অৰ্ধশতক। ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ হৈছে ৩০১।

উল্লেখ্য যে, বেংগালুৰুত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিজৰ প্ৰথম ইনিংছত শোচনীয় প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ৪৬ ৰানতে অলআউট হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত আলহী দল নিউজিলেণ্ডে নিজৰ প্ৰথম ইনিংছত ৪০২ ৰানৰ স্ক’ৰ সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰিছিল।

অৱশ্যে দ্বিতীয় ইনিংছত ভাৰতে সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়াই এই পৰ্যন্ত তিনিটা উইকেট হেৰুৱাই ৩২২ ৰান সংগ্ৰহ কৰিছে। বৰ্তমান ক্ৰিজত আছে ছৰফৰাজ আৰু ঋষভ পন্ত।

Tags: Sarfaraz KhanTest Century

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025