• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাই আৰক্ষীৰ ডাঙৰ তথ্য প্ৰকাশ, ক’ত কেনেকৈ জড়িত হৈ আছে ষড়যন্ত্ৰৰ সূত্ৰ…

Nation NE by Nation NE
October 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অটোৰিক্সাৰে অহা তিনি দুৰ্বৃত্তই NCP নেতা বাবা ছিদ্দিকেৰে কৰিলে ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

এন চি পি নেতা বাবা ছিদ্দিকীৰ শ্বুট আউট গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তক জেৰা কৰি এক ডাঙৰ প্ৰকাশ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, থানে আৰু পানভেল মডিউলৰ পৰা গ্ৰেপ্তাৰ কৰা ৫ অভিযুক্তই তিনিওজন গুলীচালনাকাৰীক মুঠ ৫ লাখ টকা দিছিল।

অভিযুক্ত শুভমে টকাৰ ব্যৱস্থা কৰিছিল আৰু নীতিন আৰু ৰাম কানোজিয়াই সেই টকাখিনি শ্বুটাৰক দিছিল। তথ্য অনুসৰি, এই ধনখিনি বেংক একাউণ্টৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হৈছে বুলি ধৃত অভিযুক্তকেইজনে প্ৰকাশ কৰে।

দৰাচলতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ধৃত অভিযুক্তৰ এক চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰকাশ কৰিছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি, এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তই জেৰাৰ সময়ত কয় যে, হত্যাৰ পৰিকল্পনাত জড়িত থকাৰ বাবে আৰু গুলীচালনাকাৰীক সহায় কৰাৰ বাবে এতিয়ালৈকে তেওঁলোকক মুঠ ৫ লাখ টকা দিয়া হৈছে।

অভিযোগ অনুসৰি অভিযুক্ত শুভমে এই ধনখিনি দিছিল আৰু চক্ৰটোৰ এগৰাকী সদস্যই সন্দেহযুক্ত লোককেইজনৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰে। ক্ৰাইম ব্ৰাঞ্চৰ অধিক তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তসকলৰ বেংক একাউণ্টলৈ ৫ লাখ টকা ট্ৰেন্সফাৰ কৰাটো তেওঁলোকৰ বেংক ষ্টেটমেণ্টৰ দ্বাৰা নিশ্চিত কৰা হৈছে।

ক্ৰাইম ব্ৰাঞ্চৰ এক সূত্ৰই ইংগিত দিছে যে, তিনিওজন গুলীচালনাকাৰী আৰু তেওঁলোকক অস্ত্ৰ যোগান ধৰা পাঁচজনীয়া গেংটো প্ৰথম অৱস্থাত ইজনে সিজনৰ বাবে অচিনাকি আছিল। হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ পিছত মূল ষড়যন্ত্ৰকাৰী শুভম লংকৰ আৰু হেণ্ডলাৰ জীশন আখতাৰে তেওঁলোকক ইজনক- আনজনৰ সৈতে চিনাকি কৰাই দিয়ে। তেওঁলোকৰ সাক্ষাতৰ পিছত গুলীচালনাকাৰী আৰু অস্ত্ৰ যোগান ধৰা অভিযুক্তৰ মাজত অহৰহ যোগাযোগ হৈ আছিল আৰু তেওঁলোকে একেলগে গুলীচালনাৰ অনুশীলনও কৰিছিল।

ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি গেং লিডাৰ নীতিন আৰু ৰাম কনৌজিয়া দীৰ্ঘদিন ধৰি শুভম লংকৰৰ সংস্পৰ্শত আছিল। যেতিয়া বাবা ছিদ্দিকীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল, তেতিয়া শুভমে তেওঁক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিবলৈ কৈছিল। পিছত শুভমে শ্বুটাৰ হিচাপে শিৱ কুমাৰ গৌতম আৰু ধৰম ৰাজ কাশ্যপক নিযুক্তি দিয়ে। আনহাতে তৃতীয় শ্বুটাৰ জীশান আখতাৰে গুৰমাইল সিঙক পুনেলৈ পঠিয়ায়।

Tags: IndiaMumbaiNCP

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025