• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 30, 2025
26 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ ডাঙৰ অভিসন্ধি! আমেৰিকাৰ ফাদিল নথি-পত্ৰই সৃষ্টি কৰিলে আলোড়নৰ

Nation NE by Nation NE
October 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান মধ্যপ্ৰাচ্যৰ বহু ফ্ৰণ্টত ইজৰাইলে যুদ্ধ চলাই আছে। ইজৰাইলৰ আক্ৰমণত হামাছৰ মুৰব্বী ইয়াহ্যা সিনৱাৰৰ মৃত্যুৰ পিছতেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে কয় যে, হামাছ শেষ হোৱা নাই।

হামাছৰ পিছত ইজৰাইলৰ পৰৱৰ্তী লক্ষ্য হৈছে ইৰাণ। নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৰ এখন নথি ফাদিল হৈছে, য’ত ইজৰাইল এতিয়া ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণৰ বাবে সাজু হৈছে।

ইৰাণক আক্ৰমণ কৰিবলৈ সাজু  ইজৰাইল

আমেৰিকাৰ ছেটেলাইট নেশ্যনেল জিঅ’স্পেচিয়েল-ইণ্টেলিজেন্স এজেন্সীয়ে (এন জি এ) এনে কিছুমান ছবি বন্দী কৰিছে, য’ত ইজৰাইলী সেনাৰ প্ৰস্তুতি চালে এনে লাগে যেন ইজৰাইলে ডাঙৰ পদক্ষেপ লোৱাৰ অপেক্ষাত আছে।

২০২৪ চনৰ ১৫ আৰু ১৬ অক্টোবৰত ইৰাণক সমৰ্থন কৰা কেইবাটাও টেলিগ্ৰাম একাউণ্টেও এনে দুটা নথি শ্বেয়াৰ কৰিছিল। এই নথিসমূহত ইজৰাইলৰ সামৰিক অনুশীলনসমূহ সম্পূৰ্ণ বিশদভাৱে দেখুওৱা হৈছে, যাৰ পৰা বুজা যায় যে ইজৰাইলে এতিয়া ইৰাণৰ ওপৰত এক বৃহৎ আক্ৰমণ চলাব পাৰে।

ইৰাণে ২০২৪ চনৰ ১ অক্টোবৰত ইজৰাইলক প্ৰায় ২০০টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল, তাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছিল ইজৰাইলে কেনেকৈ ইয়াৰ প্ৰতিশোধ ল’ব। অৱশ্যে ইৰাণৰ সেই আক্ৰমণৰ প্ৰতি ইজৰাইলে বৰ্তমানেও কোনো সঁহাৰি দিয়া নাই। এনে পৰিস্থিতিত, দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এই নথি প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।

ফাদিল হোৱা এখন নথিৰ শিৰোনাম হৈছে ‘ইজৰাইল: বায়ুসেনাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ বাবে প্ৰস্তুতি অব্যাহত’ আৰু ইয়াত ইজৰাইলৰ শেহতীয়া সামৰিক অনুশীলনৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই প্ৰস্তুতিৰ ভিতৰত বিমানত ইন্ধন ভৰোৱা অভিযান, অনুসন্ধান আৰু উদ্ধাৰ অভিযান, ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিছাইল ব্যৱস্থাৰ ৰেট্ৰ’ফিটিং আদি অন্তৰ্ভুক্ত বুলি জানিব পৰা গৈছে। দ্বিতীয়খন নথিত ইজৰাইলে অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সম্পত্তি কৌশলগত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰচেষ্টা উন্মোচন কৰিছে। এই ফাদিল নথি-পত্ৰই দেখুৱাইছে যে, ইজৰাইলে ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে।

তদন্ত আৰম্ভ  আমেৰিকা চৰকাৰৰ

এই চোৰাংচোৱা নথিসমূহ ফাদিল হোৱাৰ লগে লগে আমেৰিকা চৰকাৰৰ ভিতৰত আলোড়নৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। আমেৰিকাৰ বিষয়াসকলে এই ফাদিলৰ ভয়াৱহতাৰ বিষয়ে অৱগত আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। এই তথ্য ফাদিল হোৱাৰ সঠিক উৎস জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক ইংগিত পোৱা গৈছে যে, এই নথি-পত্ৰসমূহ আমেৰিকা চৰকাৰৰ কোনো নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে ফাদিল কৰা হ’ব পাৰে। এই তথ্য কেনেকৈ ফাদিল হ’ল আৰু অধিক নথি ফাদিল হ’ব পাৰে নেকি সেইটো নিৰ্ণয় কৰিবলৈ পেন্টাগন, আমেৰিকাৰ চোৰাংচোৱা সংস্থা আৰু এফ বি আইৰ যৌথ তদন্ত অব্যাহত আছে।

Tags: IranIsraelWar

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

October 30, 2025
বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…
Top News

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

October 30, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

শীৰ্ষ সংবাদ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025