• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হোটেলত গ্ৰাহকক দিয়ে সন্দেহযুক্ত মাংস! আৰক্ষীয়ে আটক কৰে ৪ জনক

Nation NE by Nation NE
October 21, 2024
in Top News, অসম
0 0
হোটেলত গ্ৰাহকক দিয়ে সন্দেহযুক্ত মাংস! আৰক্ষীয়ে আটক কৰে ৪ জনক
Share on FacebookShare on TwitterWhatsApp

কৰিমগঞ্জত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।হোটেলত হিন্দু গ্ৰাহকক সন্দেহযুক্ত মাংস দিয়াৰ অপৰাধত আটক কৰা হয় ৪ জনকৈ লোকক।

এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ পাথাৰকান্দিত। হোটেলত হিন্দু গ্ৰাহকৰ পাতত সন্দেহযুক্ত মাংস দিয়াৰ অপৰাধত আটক কৰা হয় ৪ জনকৈ লোকক। আলিফ হুছেইন , ৰিয়াজ উদ্দিন , চেলিম আহমদ আৰু হাছান আহমদ নামৰ ৪ গৰাকীক আটক কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, ৰাতাবাৰি এলেকাৰ ৩ বন্ধুক লগত লৈ পেটৰ ভোক নিবাৰনৰ বাবে হিন্দুস্থান হোটেলত গৈ মাংস ভাতৰ অৰ্ডাৰ দিয়ে। পিছে মাংস ভাতৰ থালী অহাৰ পিছত তেওঁলোকৰ মনত কিছু সন্দেহৰ সৃষ্টি হয়। এই কথা লৈয়েই তেওঁলোকৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। ভাতৰ সৈতে ছাগলী মাংসৰ পৰিবৰ্তে সন্দেহযুক্ত মাংস দিয়া হয় এইকেইগৰাকী হিন্দু লোকক। ইয়াকে লৈ হোটেলৰ মালিক আৰু গ্ৰাহকৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। হোটেলত হিন্দু দেৱ-দেৱীৰ ছবি লগাই ৰাখিলেও সন্দেহযুক্ত মাংস বিক্ৰি কৰাৰ ঘটনা ষড়য়ন্ত্ৰৰ বাহিৰে আন একৌ নহয় বুলি কয় ভুক্তভোগীয়ে। ইফালে ঘটনা ফাদিল হোৱাৰ পিছতেই যুৱককেইগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় হিন্দুস্থান হোটেলৰ কৰ্তৃপক্ষই। আত্মৰক্ষাৰ্থে আৰক্ষীক খবৰ দিয়ে যুৱক কেইগৰাকীয়ে। পিছত আৰক্ষী আহি তিনিও গ্ৰাহকক উদ্ধাৰ কৰে।

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে ৪ জনকৈ লোকক আটক কৰে। হিন্দু লোকক সন্দেহযুক্ত মাংস দিয়াৰ ঘটনাত হিন্দু সংগঠনৰ লোকে তীব্ৰ প্ৰতিবাদ জনায়। বৰ্তমানেও আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Tags: #AssamHotelKarimganj

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025