• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অন্তৰ্ভূক্ত হ’ব পাৰে এইকেইগৰাকী খেলুৱৈৰ নাম

Nation NE by Nation NE
October 23, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
পুনে টেষ্টৰ পূৰ্বে নিউজিলেণ্ডৰ বাবে বেয়া খবৰ; দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ এইগৰাকী বেটাৰ
Share on FacebookShare on TwitterWhatsApp

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ দিন ওচৰ চাপি অহাৰ লগে লগে ইয়াক লৈ উত্তেজনাও বৃদ্ধি পাইছে। পিছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, এই হাই প্ৰফাইল ছিৰিজটোৰ অংশ কোন হ’ব? এই ডাঙৰ প্ৰশ্নৰ উত্তৰ পুনেত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয়খন মেচৰ পিছতহে গম পোৱা যাব।

জানো আহক কোনকেইগৰাকী খেলুৱৈয়ে দলত স্থান পোৱাৰ সম্ভাৱনা আছে-

নীতিশ কুমাৰ ৰেড্ডী

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে দলত স্থান লাভ কৰিব পাৰে অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, ভাৰতীয় নিৰ্বাচকসকলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এজন দ্ৰুত বলিং অল ৰাউণ্ডাৰৰ সন্ধানত আছে। দলটোৰ এই প্ৰয়োজনীয়তা পূৰণৰ বাবে অজিত আগৰকাৰ এণ্ড কোম্পানীয়ে নীতিশ কুমাৰ ৰেড্ডীৰ নামত ছীল মাৰিব পাৰে।

আই পি এলত এছ আৰ এইচৰ হৈ খেলা নীতিশে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধেও টি-২০ ছিৰিজ খেলিছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ইণ্ডিয়া A দলতো নিৰ্বাচিত হৈছে।

শ্বাৰদুল ঠাকুৰ

পেচ অল-ৰাউণ্ডাৰ হিচাপে দলত স্থান লাভৰ বাবেও শ্বাৰদুল ঠাকুৰো এক শক্তিশালী প্ৰতিদ্বন্দ্বী। যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণৰ গাব্বা টেষ্টত ভাৰতৰ জয়ৰ ক্ষেত্ৰত ৩৩ বছৰীয়া শ্বাৰদুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শেহতীয়াকৈ তেওঁ আঘাতৰ পৰা সুস্থ হৈ ঘৰুৱা মেচতো ভাল প্ৰদৰ্শন আগবঢ়াইছে। বৰ্তমান তেওঁ মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফী খেলি আছে। এনে পৰিস্থিতিত যদিও বিগত বৰ্ষত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পিছৰে পৰা শ্বাৰদুল ভাৰতীয় দলৰ পৰা আঁতৰি থাকিব পাৰে, তথাপিও নিৰ্বাচকসকলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ নাম বিবেচনা কৰিব পাৰে।

১০ নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হ’ব টীম ইণ্ডিয়া

১০ নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়া। এইবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণ বিশেষ হ’ব, কাৰণ ১৯৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োটা দলৰ মাজত ৫ টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হৈছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলা।

Tags: #cricketBorder TrophySports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025