• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
22 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিউজিলেণ্ডৰ ক্ৰিকেটাৰৰ বিধ্বংসী বেটিং; দ্ৰুততম দ্বিশতক অৰ্জনেৰে গঢ়িলে বিশ্ব অভিলেখ

Nation NE by Nation NE
October 23, 2024
in Top News, ক্ৰীড়া
0 0
নিউজিলেণ্ডৰ ক্ৰিকেটাৰৰ বিধ্বংসী বেটিং; দ্ৰুততম দ্বিশতক অৰ্জনেৰে গঢ়িলে বিশ্ব অভিলেখ
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ডৰ প্ৰতিভাৱান ক্ৰিকেটাৰ চাড জেছন ব’ৱেছে ৰচিছে ইতিহাস। লিষ্ট এ ক্ৰিকেটত দ্ৰুততম দ্বিশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে চাড ব’ৱেছ। মাত্ৰ ১০৩টা বলত দ্বিশতক অৰ্জন কৰি লিষ্ট এ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চাড ব’ৱেছে।

কেণ্টাৰবেৰীৰ বেটছমেন চাড ব’ৱেছে অটাগোৰ বিৰুদ্ধে খেলখনত বিধ্বংসী বেটিং কৰি মাত্ৰ ১০৩টা বলত দ্বিশতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰে। লিষ্ট এ ক্ৰিকেটত তেওঁ অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডৰ অভিলেখ ভংগ কৰে।

২০২১ চনত দক্ষিণ অষ্ট্ৰেলিয়াৰ হৈ কুইন্সলেণ্ডৰ বিৰুদ্ধে খেলখনত ১১৪টা বলত দ্বিশতক অৰ্জন কৰিছিল হেডে।

লিষ্ট এ ক্ৰিকেটৰ আটাইতকৈ দ্ৰুততম দ্বিশতক

চাড ব’ৱেছ – ১০৩ বল

ট্ৰেভিছ হেড – ১১৪ বল

এন জগদীসন – ১১৪ বল

হেগলি অ’ভেলত খেলা মেচখনত চাডে বিস্ফোৰক ইনিংছ খেলি ১১০টা বলত ২০৫ ৰান সংগ্ৰহ কৰে। য’ত তেওঁৰ ইনিংছত আছিল ২৭টা চাৰি আৰু ৭টা ছয়। চাড ব’ৱেছৰ ইনিংছৰ ভিত্তিত কেণ্টাৰবেৰীৰ দলটোৱে ৫০ অভাৰত ৩৪৩ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে, ব’ৱেছে এতিয়ালৈকে নিউজিলেণ্ডৰ হৈ ৬খন এদিনীয়া আৰু ১১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

Tags: Chad BowesDouble CenturyNew ZealandWorld Record

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025