• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিষাক্ত সুৰা সেৱন কৰি বিহাৰত ২জনৰ প্ৰাণহানি

Nation NE by Nation NE
October 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিষাক্ত সুৰা সেৱন কৰি বিহাৰত ২জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ মুজাফ্ফৰপুৰৰ ডেহ জীৱাৰ গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সন্দেহজনক পৰিস্থিতিত প্ৰাণহানি হয় দুজন যুৱকৰ। এজন যুৱকে হেৰুৱাই চকুৰ দৃষ্টিশক্তি। পৰিয়ালৰ লোকে বিষাক্ত সুৰা খোৱাৰ বাবেই মৃত্যুৰ কাৰণ বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে আৰক্ষীক অৱগত নকৰাকৈয়ে মৃতদেহ দাহ কৰে। ঘটনাৰ পিছতেই গাঁওখনত অশান্তিৰ সৃষ্টি হয়। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজক জেৰা অব্যাহত ৰাখিছে।

নিহত দুজনৰ নাম শ্যাম কিশোৰ চহানী আৰু মুকেশ চহানি বুলি জানিব পৰা গৈছে। মঙলবাৰে নিশা শ্যামৰ মৃত্যু হয়। ইফালে, বুধবাৰে বিয়লি চিকিৎসাৰ সময়ত মুকেশ চহানীৰ মৃত্যু হয়। ঘটনাৰ আঁৰত বিষাক্ত সুৰা সেৱন কৰাৰ সন্দেহ।

বিষাক্ত সুৰা সেৱন কৰা বাবেই মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জনাইছে।

জানিব পৰা গৈছে যে সোমবাৰে গাঁৱৰ চাউদত কক পাৰ্টিত সকলোৱে একেলগে সুৰা সেৱন কৰে। ইয়াৰ পিছতেই এজনৰ দৃষ্টিশক্তি বেয়া হ’বলৈ আৰম্ভ ধৰে। সকলোৰে বমি হ’বলৈ ধৰিলে।পৰিয়ালে তেওঁক নাৰ্চিংহোমত ভৰ্তি কৰে। শ্যাম সাহনিৰ অৱস্থা সংকটজনক হৈ পৰাত মঙলবাৰে সন্ধিয়া তেওঁক এছ কে এম চি এইচত ভৰ্তি কৰা হয়। চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিয়ালটোৱে মৃতদেহটো গাঁৱলৈ লৈ যায়।

Tags: AlcoholBiharIndia

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025