• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰয়াত এগৰাকী অভিনেতা সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীলৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সকাহ

      Nation NE by Nation NE
      October 25, 2024
      in Top News, বিনোদন
      0 0
      প্ৰয়াত এগৰাকী অভিনেতা সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীলৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সকাহ
      Share on FacebookShare on TwitterWhatsApp

      বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰিছে বৃহৎ সকাহ। দৰাচলতে বম্বে উচ্চ ন্যায়ালয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শ্বোইক আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীৰ বিৰুদ্ধে লুক আউট জাননী বাতিল কৰাৰ নিৰ্দেশক সমৰ্থন কৰিছে উচ্চতম ন্যায়ালয়ে।

      ২০২০ চনত চিবিআইয়ে জাৰি কৰা এই জাননী চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল। একে সময়তে উচ্চতম ন্যায়ালয়েও ইয়াৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন নাকচ কৰিছে।

      খবৰ অনুসৰি, ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মৌখিকভাৱে কয় যে, এই লুক আউট আবেদনখন “তুচ্ছ” আৰু অভিযুক্তসকল “হাই-প্ৰফাইল” হোৱাৰ বাবেহে দাখিল কৰা হৈছে।

      কিয় জাৰি কৰা হ’ল লুক আউট জাননী?

      আচলতে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে অভিনেতাজনৰ মৃত্যুৰ তদন্তৰ দাবীত পাটনাত গোচৰ ৰুজু কৰিছিল আৰু ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। পিছত এই হাই প্ৰফাইল গোচৰটোৰ তদন্ত কৰিছিল চিবিআইয়ে।

      এই গোচৰত চিবিআইয়ে ২০২০ চনৰ আগষ্ট মাহত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে লুকা আউট নোটিচ জাৰি কৰিছিল। এই চক্ৰান্তটোক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ৰিয়া আৰু তেওঁৰ পৰিয়ালে।

      ফেব্ৰুৱাৰী মাহত বোম্বাই উচ্চ ন্যায়ালয়ে ২০২০ চনত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ দুই সদস্যৰ বিৰুদ্ধে চিবিআইয়ে জাৰি কৰা এল অ’ চি বাতিল কৰিছিল। একে সময়তে চিবিআইয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। অৱশ্যে বৰ্তমান উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ মানি লয়।

      উল্লেখ্য যে,  বান্দ্ৰাৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। ইয়াৰ পিছত সুশান্তৰ পিতৃ  কৃষ্ণ কিশোৰ সিঙৰ অভিযোগৰ পিছতেই মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষী দুয়োটাই তদন্ত আৰম্ভ কৰে। টিভিৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সুশান্তই আৰু তাৰ পিছত বলীউডত বহু ছবি কৰি নিজৰ নাম উজলাইছিল। সুশান্তৰ শেষৰখন ছবি আছিল দিল বেচাৰা।

      Tags: #BollywoodActressEntertainments

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist