• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আসন বিক্ৰী কৰা কংগ্ৰেছৰ পুৰণি পৰম্পৰা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Nation NE by Nation NE
October 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
APSC ৰ আৰ্হিত অনুষ্ঠিত নহয় ADRE, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত চাকৰি প্ৰত্যাশী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডৰ বৰহীৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়ক উমাশংকৰ আকেলাক ২ কোটি টকাৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ উত্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে শৰ্মাই কয় যে মইও এটা সময়ত কংগ্ৰেছত আছিলো। কংগ্ৰেছত যদি এখন ৰাজ্যত ১০০ খন আসন থাকে তেন্তে ২০ খন আসন বিক্ৰী হয়। এয়া কংগ্ৰেছৰ পুৰণি পৰম্পৰা।

শৰ্মাই লগতে কয় যে উমা শংকৰ আকেলাই কোৱা কথাবোৰ নতুন কথা নহয়। প্ৰতিখন ৰাজ্যতে আমি দেখিবলৈ পাওঁ যে কংগ্ৰেছে ২০ শতাংশ আসন বিক্ৰী কৰে। মীৰ চাহেবৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ উত্থাপন কৰি লাভ নাই। এয়া কংগ্ৰেছৰ ব্যৱস্থা যে তেওঁলোকে ২০ শতাংশ আসন বিক্ৰী কৰে।

ৰাঁচীত বিদ্ৰোহী প্ৰাৰ্থী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো সকলোৱে বিচাৰে আৰু মনোনয়ন প্ৰত্যাহাৰৰ সময়লৈকে তেওঁলোকক সৈমান কৰা হয়।

তেওঁ লগতে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰতিখন আসনত এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও ইণ্ডি মিত্ৰজোঁটৰ অৱস্থা চাওক। ইণ্ডি মিত্ৰজোঁটৰ আসনৰ বাবে দুই-তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলিও তেওঁ কয়।

এন ডি এৰ সকলো মিত্ৰশক্তিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ সুদেশ মহটোৱে পুনৰবাৰ চিল্লী বিধানসভা সমষ্টিৰ পৰা অভিলেখ ভোটৰে জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

লগতে কয় যে ঝাৰখণ্ডত এন ডি এৰ জয় নিশ্চিত। ঝাৰখণ্ডত গঠন হ’ব এন ডি এ চৰকাৰ। প্রতিশ্রুতি অনুসৰি চৰকাৰ গঠনৰ পাছত খোদ প্রথম কেবিনেট বৈঠকতে ঝাৰখণ্ডৰ ছোৱালী-মহিলাৰ একাউণ্টত প্রতিমাহে ২১০০ টকা গগ’ দিদী আঁচনিৰ অধীনত দিয়া হ’ব বুলিও তেওঁ কয়৷ এবছৰত ১.৫ লাখ চাকৰিৰ ব্যৱস্থা কৰিব।

হিমন্ত বিশ্ব শৰ্মাই কয় যে অনুপ্ৰৱেশকাৰীৰ পৰা ঝাৰখণ্ডক বচাব লাগিব। অসমৰ অৱস্থাও একেধৰণৰ আছিল। মুছলমানৰ সংখ্যা ২০ শতাংশ বৃদ্ধি পোৱাৰ লগে লগে অনুপ্ৰৱেশকাৰীৰ সংখ্যা ৪৫ শতাংশলৈ বৃদ্ধি পালে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ঝাৰখণ্ডৰ জনগাঁথনি সলনি হৈছে যদিও শাসকীয় জেএমএম এই বিষয়ত নিমাত। কাৰণ, তেওঁলোক তেওঁলোকৰ ভোট বেংক। ঝাৰখণ্ডতো অসমৰ দৰে একে পৰিস্থিতি হ’ব।

Tags: #Congress#JharkhandAssembly ElectionHimanta Biswa Sarma

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025