• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জাদেজা নে ৰুতুৰাজ; কোনে পাব ১৮ কোটি টকা? ধোনীয়ে ল’ব শেষ সিদ্ধান্ত

Nation NE by Nation NE
October 27, 2024
in Top News, ক্ৰীড়া
0 0
জাদেজা নে ৰুতুৰাজ; কোনে পাব ১৮ কোটি টকা? ধোনীয়ে ল’ব শেষ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

পোনপটীয়াকৈ নক’লেও মহেন্দ্ৰ সিং ধোনীয়ে পৰৱৰ্তী আই পি এলত খেলিবলৈ সন্মত হৈছে। শুকুৰবাৰে এক অনুষ্ঠানত ধোনীয়ে কৰা মন্তব্যৰ পিছতে তেওঁৰ অনুৰাগী তথা চেন্নাই শিবিৰত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি আগন্তুক ছিজনৰ বাবে চেন্নাই দলে কোনকেইজন ক্ৰিকেটাৰক ৰিটেইন কৰিব তাৰ তালিকা নিজেই প্ৰস্তুত কৰি আছে ধোনীয়ে।

এই খবৰৰ পিছতে ক্ৰিকেট অনুৰাগীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে অধিনায়ক ৰুতুৰাজ গাইকৱাদ বা ৰবীন্দ্ৰ জাদেজাক প্ৰথম পছন্দ হিচাপে ৰিটেইন কৰা হ’ব নেকি?

উল্লেখ্য যে, বিগত সময়ত চেন্নাইক নেতৃত্ব দিয়াত ব্যৰ্থ হৈছিল জাদেজা। যোৱা ছিজনত ধোনীয়ে নিজেই ৰুতুৰাজক উত্তৰাধিকাৰী হিচাপে বাছি লৈ নেতৃত্বৰ দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰিছিল। সেয়ে ৰুতুৰাজক ৰিটেইন কৰাৰ সম্ভাৱনা আছে।

ইফালে ধোনীয়ে জাদেজাক প্ৰথম পছন্দ হিচাপে ৰাখিব বিচাৰে। অৰ্থাৎ যদি এয়া হয় তেন্তে জাদেজাই বছৰি ১৮ কোটি টকা লাভ পাব। ৰুতুৰাজক দ্বিতীয় পছন্দ হিচাপে যদি ৰিটেইন কৰে তেন্তে তেওঁ পাব ১৪ কোটি টকা।

আনহাতে তৃতীয় পছন্দৰ ক্ৰিকেটাৰ হ’ব পাৰে শ্ৰীলংকাৰ বেগী বলাৰ পাথিৰানা। চেন্নাইৰ হৈ উজ্জিৱীত প্ৰদৰ্শন কৰিয়েই তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিচিত হৈছিল। ধোনীৰো প্ৰিয় পাথিৰানা। যদি তেওঁক তৃতীয় পছন্দ হিচাপে ৰিটেন কৰা হয় তেন্তে তেওঁ পাব ১১ কোটি টকা।

ধোনী নিজেই ‘আনকেপড’ ক্ৰিকেটাৰ হিচাপে দলত থাকিব বিচাৰে। যদি এয়া হয় তেন্তে তেওঁ বছৰত ৪ কোটি টকা পাব। চতুৰ্থ আৰু পঞ্চম পছন্দ হিচাপে তিনিটা নাম জল্পনা-কল্পনাৰ মাজত আছে। শিৱম ডুবে, ডেভন কনৱে আৰু সমীৰ ৰিজৱীৰ যিকোনো দুজনক দলে ৰিটেইন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, সম্প্ৰতি ধোনী আছে গোৱাত। দুই তিনিদিন পিছত ৰাঁচীলৈ উভতি আহিব। ইয়াৰ পিছত তেওঁ হয়তো চেন্নাইৰ স্বত্তাধিকাৰী এন শ্ৰীনিবাসনৰ সৈতে ফোনযোগে কথা পাতি ৰিটেইনড ক্ৰিকেটাৰৰ তালিকা নিশ্চিত কৰিব।

Tags: Chennai Super KingsCSKIPLMS DhoniRavindra JadejaRuturaj Gaikwad

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025