• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছল্ট টাইফুন কি, যাৰ জৰিয়তে চীনে ড’নাল্ড ট্ৰাম্পক নিজৰ লক্ষ্য কৰি লৈছে?

Nation NE by Nation NE
October 27, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছল্ট টাইফুন কি, যাৰ জৰিয়তে চীনে ড’নাল্ড ট্ৰাম্পক নিজৰ লক্ষ্য কৰি লৈছে?
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ নিৰ্বাচনত আকৌ এবাৰ হেকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰচাৰ অভিযানত অনুপ্ৰৱেশৰ খবৰ পোহৰলৈ আহিছে। চীনৰ ‘ছল্ট টাইফুন’ গোটে নিৰ্বাচনী প্ৰচাৰ হেক কৰি তথ্য চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ নিৰ্বাচনত হেকাৰৰ বিষয়টো নতুন নহয়। আনকি মার্কিন ৰাষ্ট্রপতি নির্বাচনত বিদেশী বাহিনীয়ে হস্তক্ষেপ কৰিবলৈ চেষ্টা চলাইছে বুলি সময়ে সময়ে এই নির্বাচনত চর্চা চলি আহিছে৷

শেহতীয়াকৈ, চীনৰ হেকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ৰানিং মেট জে ডি ভেন্সকে ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ যোগাযোগক লক্ষ্য কৰি লৈছে। চীনৰ ‘ছল্ট টাইফুন’ গোটে নিৰ্বাচনী প্ৰচাৰ হেক কৰি তথ্য চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

নিউয়ৰ্ক টাইমছৰ মতে, গোটটোৱে যোগাযোগ নেটৱৰ্কত অনুপ্ৰৱেশ কৰিছিল আৰু ডাঙৰ ডাঙৰ সেৱাসমূহৰ পৰাও গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ চেষ্টা কৰিছিল। খবৰ অনুসৰি, এই হেকাৰ গোটৰ লক্ষ্য কেৱল ট্ৰাম্পৰ প্ৰচাৰেই নহয়, ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু তেওঁৰ সহযোগী প্ৰাৰ্থী টিম ৱালজো।

আমেৰিকাৰ নিৰ্বাচনলৈ মাজত বাকী আছে মাত্ৰ কেইটামান দিন। যি সময়ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ গুৰুত্বপূৰ্ণ তথ্য ফাদিল হৈছে, সেই সময়ত আমেৰিকাই চাইবাৰ নিৰাপত্তাৰ ওপৰত কঠোৰ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে ৰাছিয়া আৰু ইৰাণে নিৰ্বাচনত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

ছল্ট টাইফুন কি?

চীন চৰকাৰৰ সমৰ্থিত হেকাৰ গ্ৰুপ বুলি গণ্য কৰা মাইক্ৰ’ছফ্টৰ চাইবাৰ ছিকিউৰিটি টিমে এই হেকাৰ গোটক ছল্ট টাইফুন নাম দিছে। মাইক্ৰ’ছফটে চীনৰ হেকাৰ গোটসমূহক ‘টাইফুন’ বুলি কয়। আনহাতে ইৰাণৰ চাইবাৰ হেকাৰৰ বাবে ‘চেণ্ডষ্টৰ্ম’ আৰু ৰাছিয়াৰ চাইবাৰ হেকাৰৰ বাবে ‘ব্লিজাৰ্ড’ শব্দটো ব্যৱহাৰ কৰা হয়। এই প্ৰসংগত SALT  শব্দটোৱে কৰ্পৰেট ডাটা চুৰি বা আৰ্থিক জালিয়াতিৰ সৈতে জড়িত পৰম্পৰাগত চাইবাৰ অপৰাধৰ পৰিৱৰ্তে চোৰাংচোৱাৰ ওপৰত বিশেষ মনোনিৱেশ কৰাটো প্ৰতিফলিত কৰে।

Tags: CrimeCyberSalt Typhoon

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025