• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পিতৃ ভাৰোত্তোলনকাৰী, ১৭ কেজি ওজন কমাই টীম ইণ্ডিয়াত স্থান দখল পুত্ৰৰ

      Nation NE by Nation NE
      October 28, 2024
      in Top News, ক্ৰীড়া
      0 0
      পিতৃ ভাৰোত্তোলনকাৰী, ১৭ কেজি ওজন কমাই টীম ইণ্ডিয়াত স্থান দখল পুত্ৰৰ
      Share on FacebookShare on TwitterWhatsApp

      বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰা হৈছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ১০ নৱেম্বৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব টীম ইণ্ডিয়া।

      অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত টীম ইণ্ডিয়াত স্থান লাভ কৰিছে এজন খেলুৱৈয়ে, যিয়ে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ১৭ কেজি ওজন কমাবলৈ সক্ষম হৈছে। নিজৰ গৃহ দেশত অষ্ট্ৰেলিয়ান দলটোৰ বিৰুদ্ধে খেলাটো তেওঁৰ শৈশৱৰ সপোন আছিল আৰু যিয়ে যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতক উৎসাহিত কৰি সেই সপোনক জীয়াই ৰখাৰ আন এক উদ্দেশ্য লাভ কৰিছে।

      আমি ক’বলৈ উলাইছো দুৰন্ত বলাৰ হৰ্ষিত ৰানাৰ কথা, যিয়ে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ টেষ্ট দলত স্থান লাভ কৰিছে।

      ২২ বছৰীয়া হৰ্ষিত ৰানা আই পি এলৰ পৰা ওলাই অহা এগৰাকী তাৰকা, য’ত তেওঁ গৌতম গম্ভীৰৰ মেণ্টৰশ্বিপত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আচৰিত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

      অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ৫টা উইকেট দখল কৰি তেওঁ ভাৰতীয় টেষ্ট দলত নিৰ্বাচিত হোৱাটোকো ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে।

      হৰ্ষিত ৰাণা সৰুৰে পৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীক লৈ উৎসাহিত আছিল। ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, পিতৃৰ সৈতে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ অতি আগ্ৰহেৰে উপভোগ কৰিছিল। ৰাণাই কয় যে তেওঁ ৬ বছৰ বয়সৰ পৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী চাই আহিছে, যিয়ে তেওঁক প্ৰতিটো মুহূৰ্ততেই দেশৰ হৈ খেলিবলৈ প্ৰেৰণা যোগাইছে।

      ২০২৩ চনৰ নৱেম্বৰৰ পৰা মাৰ্চ মাহত আই পি এল ২০২৪ আৰম্ভ হোৱালৈকে তেওঁ ১৭ কেজি ওজন কমিছিল। হৰ্ষিতে কয় যে টিম মেনেজমেণ্টে তেওঁৰ কামৰ ভালদৰে যত্ন লৈছে। টীম ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষণ লৈ তেওঁ বহু কথা শিকিবলৈ পাইছে। তেওঁ কয় যে, তেওঁ নিজকে তিনিওটা ফৰ্মেটৰ বলাৰ হিচাপে চাব বিচাৰে।

      অষ্ট্ৰেলিয়া দখল কৰিবলৈ সাজু

      অষ্ট্ৰেলিয়া ভ্ৰমণত আধিপত্য বিস্তাৰ কৰিবলৈ উত্ৰাৱল আছিল হৰ্ষিত ৰাণা। তেওঁ কয় যে তেওঁ অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাবে তেওঁ যথেষ্ট আত্মবিশ্বাসী। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াত বাছনি কৰা হৰ্ষিতে কয় যে, তেওঁ সদায় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব বিচাৰি আছিল, যাৰ বাবে এতিয়া তেওঁ যথেষ্ট সুখী।

      Tags: Cricketerindian teamSports

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist