• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পিতৃ ভাৰোত্তোলনকাৰী, ১৭ কেজি ওজন কমাই টীম ইণ্ডিয়াত স্থান দখল পুত্ৰৰ

Nation NE by Nation NE
October 28, 2024
in Top News, ক্ৰীড়া
0 0
পিতৃ ভাৰোত্তোলনকাৰী, ১৭ কেজি ওজন কমাই টীম ইণ্ডিয়াত স্থান দখল পুত্ৰৰ
Share on FacebookShare on TwitterWhatsApp

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰা হৈছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ১০ নৱেম্বৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব টীম ইণ্ডিয়া।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত টীম ইণ্ডিয়াত স্থান লাভ কৰিছে এজন খেলুৱৈয়ে, যিয়ে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ১৭ কেজি ওজন কমাবলৈ সক্ষম হৈছে। নিজৰ গৃহ দেশত অষ্ট্ৰেলিয়ান দলটোৰ বিৰুদ্ধে খেলাটো তেওঁৰ শৈশৱৰ সপোন আছিল আৰু যিয়ে যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতক উৎসাহিত কৰি সেই সপোনক জীয়াই ৰখাৰ আন এক উদ্দেশ্য লাভ কৰিছে।

আমি ক’বলৈ উলাইছো দুৰন্ত বলাৰ হৰ্ষিত ৰানাৰ কথা, যিয়ে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ টেষ্ট দলত স্থান লাভ কৰিছে।

২২ বছৰীয়া হৰ্ষিত ৰানা আই পি এলৰ পৰা ওলাই অহা এগৰাকী তাৰকা, য’ত তেওঁ গৌতম গম্ভীৰৰ মেণ্টৰশ্বিপত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আচৰিত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ৫টা উইকেট দখল কৰি তেওঁ ভাৰতীয় টেষ্ট দলত নিৰ্বাচিত হোৱাটোকো ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে।

হৰ্ষিত ৰাণা সৰুৰে পৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীক লৈ উৎসাহিত আছিল। ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, পিতৃৰ সৈতে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ অতি আগ্ৰহেৰে উপভোগ কৰিছিল। ৰাণাই কয় যে তেওঁ ৬ বছৰ বয়সৰ পৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী চাই আহিছে, যিয়ে তেওঁক প্ৰতিটো মুহূৰ্ততেই দেশৰ হৈ খেলিবলৈ প্ৰেৰণা যোগাইছে।

২০২৩ চনৰ নৱেম্বৰৰ পৰা মাৰ্চ মাহত আই পি এল ২০২৪ আৰম্ভ হোৱালৈকে তেওঁ ১৭ কেজি ওজন কমিছিল। হৰ্ষিতে কয় যে টিম মেনেজমেণ্টে তেওঁৰ কামৰ ভালদৰে যত্ন লৈছে। টীম ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষণ লৈ তেওঁ বহু কথা শিকিবলৈ পাইছে। তেওঁ কয় যে, তেওঁ নিজকে তিনিওটা ফৰ্মেটৰ বলাৰ হিচাপে চাব বিচাৰে।

অষ্ট্ৰেলিয়া দখল কৰিবলৈ সাজু

অষ্ট্ৰেলিয়া ভ্ৰমণত আধিপত্য বিস্তাৰ কৰিবলৈ উত্ৰাৱল আছিল হৰ্ষিত ৰাণা। তেওঁ কয় যে তেওঁ অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাবে তেওঁ যথেষ্ট আত্মবিশ্বাসী। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াত বাছনি কৰা হৰ্ষিতে কয় যে, তেওঁ সদায় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব বিচাৰি আছিল, যাৰ বাবে এতিয়া তেওঁ যথেষ্ট সুখী।

Tags: Cricketerindian teamSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025