• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিয় পালন কৰা হয় ধনতেৰাচ উৎসৱ, জানি লওক ভগৱান ধন্বন্তৰীৰ কথা

Nation NE by Nation NE
October 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কিয় পালন কৰা হয় ধনতেৰাচ উৎসৱ, জানি লওক ভগৱান ধন্বন্তৰীৰ কথা
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক বছৰে কাতি মাহত দীপাৱলী উৎসৱ অতি উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। বৈদিক পঞ্জিকা অনুসৰি ধনতেৰাচ উৎসৱ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত পালন কৰা হয়।

এইবাৰ অৰ্থাৎ ২০২৪ চনত ধনতেৰাচ উৎসৱ ২৯ অক্টোবৰ অৰ্থাৎ আজি  পালন কৰা হ’ব। এই বিশেষ অনুষ্ঠানত ঘৰলৈ নতুন সামগ্ৰী ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ধনতেৰাচৰ দিনা মা লক্ষ্মীৰ সৈতে ধন্বন্তৰী ভগৱানক পূজা কৰা হয়। এই দিনটোত ভগৱান ধন্বন্তৰীৰ লগতে মা লক্ষ্মীক পূজা কৰিলে আশীৰ্বাদ পোৱা যায় আৰু জীৱনত কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় বুলি ধৰ্মীয় বিশ্বাস আছে।

ভগৱান ধন্বন্তৰীৰ কাহিনী

কিংবদন্তি অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত ভগৱান ধন্বন্তৰীৰ আৱিৰ্ভাৱ হৈছিল। সাগৰ মন্থনৰ সময়ত বিষ আৰু অমৃতকে ওলাই আহে। ইয়াৰ পিছত সাগৰৰ মন্থনৰ সময়ত অমৃতৰ পাত্ৰ লৈ ভগৱান ধন্বন্তৰীৰ আবিৰ্ভাৱ হয়। এই কাৰণেই ধনতেৰাচ উৎসৱক ভগৱান ধন্বন্তৰীৰ আৱিৰ্ভাৱ উৎসৱ হিচাপে দেশজুৰি পালন কৰিবলৈ আৰম্ভ কৰে।

ভগৱান ধন্বন্তৰীৰ হাতত এটা কলহ আছিল, সেয়েহে ধনতেৰাৰ দিনা সোণ, ৰূপ বা বাচন-বৰ্তন ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ভগৱান ধন্বন্তৰীক চিকিৎসা আৰু ৰোগ নিৰাময়ৰ দেৱতা বুলিও গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে, ধন্বন্তৰীক পূজা কৰিলে সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পোৱা যায়।

ধনতেৰাচৰ সৈতে জড়িত দ্বিতীয় কাহিনী

ধনতেৰাচ উৎসৱ পালনৰ দ্বিতীয় কাহিনীটো জগতৰ সৃষ্টিকৰ্তা বিষ্ণুৰ বামন অৱতাৰৰ সৈতে জড়িত। এই কাহিনী ভাগৱত পুৰাণত উল্লেখ কৰা আছে। এই জনপ্ৰিয় কাহিনী অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত বামন অৱতাৰে অসুৰ বালীৰ পৰা দান হিচাপে ত্ৰিলোক বিচাৰিছিল আৰু দেৱতাসকলক তেওঁলোকৰ হেৰুৱা ধনৰ যোগান ধৰা হৈছিল। এই কাৰণতে প্ৰতিবছৰে দীপাৱলীৰ প্ৰাকমূহুৰ্তত ধনতেৰাচ উৎসৱ পালন কৰা হয়।

Tags: DhanterasDiwaliFestival

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025