• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনতেৰাচ উপলক্ষে ক’ত পোৱা যাব সস্তীয়া সোণ? মাত্ৰ ১০০১ টকাতেই লাভ কিনক বিশুদ্ধ সোণ

Nation NE by Nation NE
October 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ধনতেৰাচ উপলক্ষে ক’ত পোৱা যাব সস্তীয়া সোণ? মাত্ৰ ১০০১ টকাতেই লাভ কিনক বিশুদ্ধ সোণ
Share on FacebookShare on TwitterWhatsApp

আজি ধনতেৰাচ অৰ্থাৎ ২৯ অক্টোৱৰত। ধনতেৰাচত সোণ-ৰূপ ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু যদিহে আপোনাৰ হাতত সময় নাই বা এই হুলস্থুলত গহনা দোকানলৈ যাব নিবিচাৰে, তেন্তে ঘৰতে বহি মাত্ৰ ৩০ ছেকেণ্ডতে বিশুদ্ধ সোণ কিনিব পাৰিব।

অনলাইনত সোণ ক্ৰয় কৰাটো সহজ আৰু আপুনি এই সোণ যেতিয়াই বিচাৰে, তেতিয়াই অনলাইনত বিক্ৰী কৰিব পাৰে।

আচলতে যদিহে আপুনি সোণত অতিমাত্ৰা বিনিয়োগ কৰিব নিবিচাৰে, আৰু ধনতেৰাচৰ শুভমুহূৰ্তত মাত্ৰ ১০০১ টকাতেই সোণ কিনিব বিচাৰে, তেন্তে ঘৰতেই বহি অনলাইনত কিনিব সোণ কৰিব পাৰিব।

প্ৰথম উপায়:

যদি আপুনি পেটিএম ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ জৰিয়তে ১০০১ টকাৰ সোণ কিনিব পাৰিব। পেটিএম খোলাৰ লগে লগে আপুনি Buy Gold ৰ অপশ্বন পাব। য’ৰ পৰা যিমান বিচাৰে, সিমান সোণ কিনিব পাৰি। পেমেণ্টৰ সময়ত আপুনি সোণৰ মূল্য যোগ কৰি ৩ শতাংশ দিব লাগিব।

উদাহৰণস্বৰূপে আজি পেটিএমৰ পৰা ১০০১ টকাৰ সোণ কিনিলে বিনিময়ত ০.১২৩৯ গ্ৰাম সোণ পাব। চূড়ান্ত পৰিশোধৰ সময়ত গ্ৰাহকে ৩ শতাংশ জি এছ টি দিব লাগিব। এইদৰে আপুনি মুঠ ১০৩১.০৪ টকা দিব লাগিব।

পেটিএমৰ জৰিয়তে সোণৰ বাবে ধন দিয়াৰ লগে লগে। বিনিময়ত আপোনাকো একে পৰিমাণৰ সোণ দিয়া হ’ব। বিনিময়ত আপুনি ক্ৰয়ৰ ৰচিদ পাব। প্ৰয়োজন হ’লে অনলাইনতো বিক্ৰী কৰিব পাৰে। সুবিধাৰ কথা ক’বলৈ গ’লে, সোণৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ বিনিয়োগো বৃদ্ধি পাব। ডিজিটেল মাধ্যমৰ জৰিয়তে ক্ৰয় কৰা সোণ ২৪ কেৰেট বিশুদ্ধ।

দ্বিতীয় উপায়:

কেৱল এয়াই নহয়, এমএমটিচি-পিএএমপিৰ অফিচিয়েল ৱেবছাইটৰ পৰা ঘৰতে বহি সোণ কিনিব পাৰিব। এমএমটিচি-পিএএমপি হৈছে দেশৰ একমাত্ৰ এলবিএমএ স্বীকৃতিপ্ৰাপ্ত সোণ শোধনাগাৰ কোম্পানী।

ইয়াৰ জৰিয়তে গ্ৰাহকে সোণ ক্ৰয়, বিক্ৰী বা ৰিডিম কৰিব পাৰে। ইয়াত গ্ৰাহকে বজাৰৰ সৰ্বনিম্ন মূল্যত ৯৯৯.৯ বিশুদ্ধতা প্ৰমাণিত সোণ কিনিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি কমেও ১ গ্ৰাম সোণ কিনিব লাগিব। পেটিএমৰ উপৰিও বহুতো মোবাইল ৱালেট প্লেটফৰ্ম আছে, যিয়ে গ্ৰাহকক এই সুবিধা প্ৰদান কৰি আছে।

অন্যান্য বিকল্পও উপলব্ধ

উল্লেখযোগ্য যে, ডিজিটেলভাৱে সোণ কিনাটোৱেই আটাইতকৈ সহজ উপায়। বহু বেংক, মোবাইল ৱালেট আৰু ব্ৰোকাৰেজ কোম্পানীয়ে এমএমটিচি-পিএএমপি বা ছেফগ’ল্ডৰ সৈতে বান্ধ খাই নিজৰ এপৰ জৰিয়তে সোণ বিক্ৰী কৰে। ইয়াৰ উপৰিও পণ্য বিনিময়ৰ অধীনত শ্বেয়াৰ বজাৰতো সোণ ক্ৰয়-বিক্ৰয় কৰিব পাৰিব।

লগতে ফ্লিপকাৰ্ট আৰু আমাজনত সোণৰ মুদ্ৰাকে ধৰি গহনা কিনিব পাৰিব। লগতে তনিষ্ক, কল্যাণ জুৱেলাৰ্ছ, চেংকো গোল্ড আৰু পিচি জুৱেলাৰছৰ ৱেবছাইটৰ পৰা গহনা আৰু সোণ আৰু ৰূপৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

ইয়াৰ উপৰিও মিছড কলৰ জৰিয়তে সোণ-ৰূপৰ দাম চাব পাৰিব। ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ দাম জানিবলৈ আপুনি ৮৯৫৫৬৬৪৪৩৩ নম্বৰত মিছড কল কৰিব পাৰে। কিছু সময়ৰ ভিতৰতে আপুনি এছএমএছৰ জৰিয়তে মূল্যৰ তথ্য লাভ কৰিব। একে সময়তে আপুনি অফিচিয়েল ৱেবছাইট ibjarates.com ত গৈ পুৱা আৰু গধূলি সোণৰ মূল্যৰ আপডেট জানিব পাৰিব।

Tags: DhanterasDiwaliFestival

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025