• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ছ’চিয়েল মিডিয়াত প্ৰেম প্ৰকাশ মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ, জনালে নিজৰ সংগীৰ নাম

      Nation NE by Nation NE
      October 30, 2024
      in Top News, ক্ৰীড়া
      0 0
      ছ’চিয়েল মিডিয়াত প্ৰেম প্ৰকাশ মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ, জনালে নিজৰ সংগীৰ নাম
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় মহিলা ক্ৰিকেটাৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ স্মৃতি মান্ধনাৰ সংগীৰ বিষয়ে সকলোৱে জানিব বিচাৰে। স্মৃতি মান্ধনাই ক্ৰিকেটৰ জগতত বৰ্তমান সু-প্ৰদৰ্শন কৰিব নোৱাৰিলেও ছচিয়েল মিডিয়াত সদায় চৰ্চিত হৈ আছে।

      এতিয়া স্মৃতিৰ বিবাহৰ বিষয়ে অবিৰতভাৱে চলি আছে চৰ্চা, বলীউডৰ এগৰাকী তাৰকাক চিৰদিনৰ বাবে নিজৰ সংগী কৰি তুলিবলৈ সাজু হৈছে এই ক্ৰিকেটাৰ গৰাকীয়ে।

      বলীউড আৰু ক্ৰিকেটৰ সম্পৰ্ক বহুত পুৰণি। বহু ক্ৰিকেটাৰে বলীউডৰ তাৰকাক নিজৰ সংগী কৰি তুলিছে। যদিও মহিলা ক্ৰিকেটাৰগৰাকীয়ে এতিয়ালৈকে এই কাম কৰা নাছিল, কিন্তু এতিয়া অতি সোনকালে হ’বলৈ গৈ আছে।

      ভাৰতীয় মহিলা দলৰ উপ-অধিনায়ক তথা মেধাৱী অ’পেনিং বেটছমেন স্মৃতি মান্ধনাই এই যুৱ বলীউড পৰিচালকগৰাকীৰ প্ৰেমত পৰিছে। যাৰ নাম পলাশ মুছল, যি কেৱল পৰিচালক নহয়, সুৰকাৰো।

      আচলতে পলাশ মুছল হৈছে বলীউডৰ এগৰাকী অতি সফল কণ্ঠশিল্পী পলাক মুচলৰ প্ৰকৃত ভাতৃ। বিগত এবছৰত পলাশৰ সৈতে কেইবাবাৰো দেখা গৈছে স্মৃতিক। এতিয়া তেওঁলোকৰ প্ৰেমে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

      ডব্লিউ পি এলৰ চেম্পিয়ন হোৱাৰ পিছত মান্ধনাই ট্ৰফী হাতত লৈ পলাশৰ সৈতে এখন ছবি ক্লিক কৰিছিল। যিখন ফটো এতিয়া ছচিয়েল মিডিয়াত অতি ভাইৰেল।

      এছিয়া কাপ ২০২৪ৰ সময়ত স্মৃতি মান্ধনাই যেতিয়া ২৮ সংখ্যক জন্মদিন পালন কৰিছিল, তেতিয়া পলাশো তাত টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ সৈতে উপস্থিত আছিল। পিছত তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ স্মৃতিলৈ নিজৰ শুভাকাংক্ষা প্ৰকাশ কৰে।

      বৰ্তমান ক্ৰিকেটৰ জগতখনত মান্ধনাৰ দিন বৰ ভাল চলি থকা নাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ সময়ত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে। যাৰ বাবে ছেমি ফাইনেলতো প্ৰৱেশ কৰিব পৰা নাই টীম ইণ্ডিয়াই। বৰ্তমান সময়ত সকলো অনুৰাগীয়ে আশাবাদী যে, স্মৃতি মান্ধনাই অতি সোনকালে নিজৰ ফৰ্মলৈ ঘূৰি আহিব।

      Tags: #cricketSportsWomen's T20

      Related Posts

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…
      Top News

      July 9, 2025
      শ্ৰমিকৰ ভাগ্য সলনি, খনিৰ পৰা উদ্ধাৰ ১১ কেৰেটৰ হীৰা, দাম জানি আচৰিত হ’ব আপুনি…

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
      Top News

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      July 9, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 9, 2025
      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025

      শীৰ্ষ সংবাদ

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…

      শ্ৰমিকৰ ভাগ্য সলনি, খনিৰ পৰা উদ্ধাৰ ১১ কেৰেটৰ হীৰা, দাম জানি আচৰিত হ’ব আপুনি…

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -