• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনতেৰাচৰ দিনাই ছলমানক পিতৃয়ে উপহাৰ দিলে এখন নতুন জিলিকি থকা গাড়ী, দাম শুনি আচৰিত হ’ব আপুনি!

Nation NE by Nation NE
October 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ধনতেৰাচৰ দিনাই ছলমানক পিতৃয়ে উপহাৰ দিলে এখন নতুন জিলিকি থকা গাড়ী, দাম শুনি আচৰিত হ’ব আপুনি!
Share on FacebookShare on TwitterWhatsApp

ধনতেৰাচৰ শুভ মূহুৰ্ত উপলক্ষে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ পিতৃ চেলিম খানে ক্ৰয় কৰিছে এখন জিলিকি থকা বিলাসী গাড়ী। এই গাড়ীখনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত গাড়ীখনে ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ বাহিৰত ঘূৰি ফুৰা দেখা গৈছে।

জনা যায় যে আজিকালি ছলমানে কেৱল বুলেট প্ৰুফ গাড়ীতহে যাত্ৰা কৰে, কাৰণ দীৰ্ঘদিন ধৰি তেওঁ গেংষ্টাৰ লৰেন্স বিষ্ণোই গেঙৰ পৰা মৃত্যুৰ ভাবুকি পাই আহিছে।

তথ্য অনুসৰি, ২০২৪ চনৰ ২৯ অক্টোবৰত ধনতেৰাচত এখন নতুন গাড়ী ক্ৰয় কৰিছে চেলিম খানে। এই গাড়ীখন হৈছে বগা ৰঙৰ মাৰ্চিডিজ বেঞ্জ জিএলএছ। ইয়াৰ মূল্য ১.৫৭ কোটি টকা বুলি কোৱা হৈছে।

শেহতীয়াকৈ ছলমানক হত্যাৰ ভাবুকি দিছিল নয়দাৰ এজন ২০ বছৰীয়া যুৱকে। বাবা ছিদ্দিকিৰ পুত্ৰ জীছান ছিদ্দিকীয়েও একেধৰণৰ ভাবুকি লাভ কৰিছিল।

মুম্বাই আৰক্ষীৰ মতে, শুকুৰবাৰে সন্ধিয়া ছলমানলৈ আহিছিল ভাবুকিমূলক ফোন। ফোনকলত সেই ব্যক্তিজনে জীছান ছিদ্দিকী আৰু ছলমান খানক হত্যাৰ ভাবুকি দি ধন বিচাৰিছিল।

ভাবুকি দিয়া যুৱকজনক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন অভিযুক্তজনৰ পৰা আৰক্ষীয়ে এই ঘটনাত ব্যৱহৃত মোবাইল ফোনটো অভিযুক্তৰ পৰা উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে কয় যে, ধৃত অভিযুক্তজন মূলতঃ বৰেলী জিলাৰ আৰু কাঠমিস্ত্ৰীৰ কাম কৰে। জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰি যে, অভিযুক্তজনে ইণ্টাৰনেটৰ জৰিয়তে এই নম্বৰ লাভ কৰিছে আৰু ফোন কৰি তেওঁলোকক ভাবুকি দিছে।

কোৱা হৈছে যে, অভিযুক্তই যিটো নম্বৰত ফোন কৰি ভাবুকি দিছিল সেয়া মুম্বাই আৰক্ষীয়ে জাৰি কৰা ‘হেল্পলাইন’ নম্বৰ। তেওঁ কয় যে, আৰক্ষীয়ে অভিযুক্তক পুংখানুপুংখভাৱে জেৰা কৰি আছে।

Tags: DhanterasDiwaliFestival

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025