• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এটা দিনতে দুটাকৈ অভিলেখ ৰচিলে ৰাবাডাই; বুমৰাহৰ লগতে আন এগৰাকী ভাৰতীয়ক অতিক্ৰম

Nation NE by Nation NE
October 31, 2024
in Top News, ক্ৰীড়া
0 0
এটা দিনতে দুটাকৈ অভিলেখ ৰচিলে ৰাবাডাই; বুমৰাহৰ লগতে আন এগৰাকী ভাৰতীয়ক অতিক্ৰম
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই এটাৰ পিছত আন এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। টেষ্ট কেৰিয়াৰত মাত্ৰ ৬৬খন টেষ্ট মেচ খেলিলেও কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰাবাডাই। শেহতীয়াকৈ ৰাবাডাই টেষ্টত ৩০০ উইকেট সম্পূৰ্ণ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁ টেষ্টত ৩০০ উইকেট দখল কৰা ষষ্ঠজন দক্ষিণ আফ্ৰিকান বলাৰ হিচাপে পৰিগণিত হয়।

মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে খেলা প্রথমখন টেষ্টত ৰাবাডাই এই বৃহৎ সাফল্য লাভ কৰিছিল। মিৰপুৰ টেষ্টৰ দুয়োটা ইনিংছতে তেওঁ মুঠ ৯টা উইকেট দখল কৰি আইচিচিৰ ৰেংকিঙত অভাৱনীয় উত্থান লাভ কৰিছিল।

দৰাচলতে ৩০ অক্টোবৰত প্ৰকাশিত আইচিচিৰ শেহতীয়া ৰেংকিঙত কাগিছ’ ৰাবাডা ১ নম্বৰ টেষ্ট বলাৰ হিচাপে পৰিগণিত হয় আৰু ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ ৰাজত্বৰ অন্ত পেলায়।

একে সময়তে বুমৰাহ দুটা স্থান অৱনমিত হৈ তৃতীয় স্থানত উপনীত হয়। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ জোছ হেজলউড।

টেষ্টত সৰ্বাধিক উইকেট দখল কৰা দক্ষিণ আফ্ৰিকাৰ বলাৰ

ডেল ষ্টেইন- ৪৩৯

শ্বন পোলক- ৪২১

মাখায়া এনতিনি- ৩৯০

এলান ডোনাল্ড- ৩৩০

কাগিছো ৰাবাডা- ৩১০

টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰাৰ কিছু সময়ৰ পাছতে ৰাবাডাই আন এজন ভাৰতীয় বলাৰক ডাঙৰ আঘাত দিয়ে। বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৰাবাডাই ২টা উইকেট দখল কৰি ডাঙৰ অভিলেখ সৃষ্টি কৰে।

টেষ্টত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত ৰাবাডাই ভাৰতৰ অভিজ্ঞ স্পিনাৰ ৰবীন্দ্ৰ জাদেজাক অতিক্ৰম কৰে। ৬৬ খন টেষ্ট মেচৰ ১১৯ ইনিংছত ৰাবাদাৰ নামত ৩১০ টা উইকেট আছে। একে সময়তে জাদেজাই ৭৬খন টেষ্ট মেচৰ ১৪৪ ইনিংছত নিজৰ নামত ৩০৯টা উইকেট দখল কৰিছে।

দ্বিতীয়খন টেষ্ট মেচৰ তৃতীয় দিনা একেলগে ৩ গৰাকী বলাৰক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব এতিয়া ৰাবাডাই। তৃতীয় দিনা যদি ২টা উইকেট দখল কৰাত সফল হয় তেন্তে টেষ্টত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত ব্ৰেট লী (৩১০), জাহিৰ খান (৩১১) আৰু ঈশান্ত শৰ্মা (৩১১)ক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

Tags: ICCJasprit BumrahKagiso RabadaSouth AfricaTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025