• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আধ্যাত্মিক বিকাশৰ বাবে ২ নৱেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অযোধ্যাত অনুষ্ঠিত হ’ব মহাযজ্ঞ, সম্পূৰ্ণ সূচী জানি লওঁক

Nation NE by Nation NE
October 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দীপাৱলী উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰামৰ জন্মভূমি অযোধ্যা
Share on FacebookShare on TwitterWhatsApp

ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান অযোধ্যাত ৫৭ দিনৰ বাবে ২ নৱেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শ্ৰী মহা নাৰায়ণ দিব্য ৰুদ্ৰ সাহিত্য সত সহস্ৰা বিশ্ব শান্তি চণ্ডী যজ্ঞৰ আয়োজন কৰা হৈছে। শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট, শ্ৰী কাঞ্চি কামাকোটি পীঠম আৰু চিন্ময়ী সেৱা ট্ৰাষ্টৰ উদ্যোগত বিশ্ব শান্তি আৰু মংগল কামনাৰে আয়োজন কৰা হৈছে মহান দিৱ্য ৰুদ্ৰ সাহিত্য সহস্ৰা চণ্ডী মহাযজ্ঞ।

এই যজ্ঞৰ জৰিয়তে সমগ্ৰ বিশ্বৰ শান্তি, সুখ, সমৃদ্ধি আৰু কল্যাণৰ বাবে ভগৱান ৰুদ্ৰ আৰু দেৱী চণ্ডীৰ আশীৰ্বাদ কামনা কৰা হৈছে। ভাৰতৰ ৮৫০ ৰো অধিক বৈদিক ঋষি-মুনিয়ে প্ৰাচীন ৰীতি-নীতিৰে পৰিৱেশ বিশুদ্ধ কৰাৰ কাম কৰিব। এই মহাযজ্ঞই ঐতিহাসিক সংস্কৃতিক অযোধ্যা আৰু কাশীৰ সম্পৰ্কৰ কথা সোঁৱৰাই দিব। কথা অনুসৰি ৰজা দশৰাথে পুত্ৰ কামেষ্ঠীৰ বাবে এই যজ্ঞ কৰিছিল, যাৰ ফলস্বৰূপে ভগৱান ৰামচন্দ্ৰৰ জন্ম হৈছিল।

মহাযজ্ঞৰ উপকাৰিতা

অযোধ্যাৰ মহাযজ্ঞই গ্ৰহ সম্পৰ্কীয় বিপদসমূহো দূৰ কৰে আৰু ভক্তসকলক দীৰ্ঘায়ুৰ আশীৰ্বাদ দিয়ে। ৰাম জন্মভূমিত আয়োজন কৰা মহাযজ্ঞৰ উপকাৰিতা অধিক। এই যজ্ঞই স্বাস্থ্য সংকট, আৰ্থিক অস্থিৰতা আৰু সংঘাতৰ দৰে প্ৰত্যাহ্বানৰ সমাধান আগবঢ়ায়। শান্তি, সমৃদ্ধি আৰু মংগলৰ প্ৰসাৰ ঘটায়।

এই যজ্ঞই জীৱনত বাধা আৰু নেতিবাচকতা দূৰ কৰে, নৱগ্ৰহৰ নেতিবাচক প্ৰভাৱ, শত্ৰু আৰু দুখ-কষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰে, স্বাস্থ্যৰ নিৰাময়, সজীৱতা আৰু দীৰ্ঘায়ুৰ প্ৰসাৰ ঘটায়, আৰ্থিক সফলতা, ধন আৰু স্থিৰতা প্ৰদান কৰে আৰু বুদ্ধি, বৌদ্ধিক শক্তি আৰু আধ্যাত্মিক জ্ঞান বৃদ্ধি কৰে।

মহাযজ্ঞৰ দৈনিক সূচী

দৈনিক পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা ১১ বজালৈকে চলিব। প্ৰথমে লক্ষ্মী গণেশৰ মন্ত্ৰ জপ কৰা হৈছে, য’ত ২৮ লাখ লোকে অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছত সন্ধিয়া ৫:০০ বজাৰ পৰা সন্ধিয়া ৭:০০ বজালৈ চলিব কাৰ্যসূচী। লক্ষ্মী গনপতি, সুব্ৰহ্মণ্য, আদিত্য, সুদৰ্শন,  নৱগ্ৰহ, অঞ্জনেয়, মহালক্ষ্মী, ধন্বন্তৰী, মৃত্যুঞ্জয়, সৰস্বতীৰ বাবে যজ্ঞ পৰিবেশন কৰা হ’ব।

Tags: DiwaliFestivalRam Mandir

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025