• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সেনাৰ পোছাকত প্ৰধানমন্ত্ৰী মোদী; BSF জোৱানৰ সৈতে উদযাপন দীপাৱলী

Nation NE by Nation NE
October 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সেনাৰ পোছাকত প্ৰধানমন্ত্ৰী মোদী; BSF জোৱানৰ সৈতে উদযাপন দীপাৱলী
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ কচ্ছত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰে দীপাৱলী। জোৱানৰ সৈতে এই উৎসৱ উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখি পশ্চিম সীমান্তত থকা বি এছ এফৰ এটা পোষ্ট পৰিদৰ্শন কৰি জোৱানসকলৰ সৈতে মত বিনিময় কৰি দীপাৱলীৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ হাতেৰে জোৱানসকলক মিঠাই খুৱাইছিল।

২০১৪ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন স্থানত সামৰিক বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰাটো পৰম্পৰা হিচাপে গঢ়ি তুলিছে। প্ৰতি বছৰে মোদীয়ে সামৰিক সুবিধাসমূহ পৰিদৰ্শন কৰে, য’ত তেওঁ জোৱানৰ সৈতে মত বিনিময় কৰে আৰু উৎসৱ পালন কৰে।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ বেশ-ভূষাও আছিল বিশেষ। সেনাবাহিনীৰ ইউনিফৰ্ম, মূৰত টুপি আৰু চছমা পিন্ধা দেখা যায় প্ৰধানমন্ত্ৰী মোদীক।

Tags: BSFDiwaliGujratKachchhNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025