• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এখন সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অৱস্থাই চকু কঁপালত তুলিছে সকলোৰে

Nation NE by Nation NE
November 1, 2024
in Top News, অসম
0 0
এখন সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অৱস্থাই চকু কঁপালত তুলিছে সকলোৰে
Share on FacebookShare on TwitterWhatsApp

সামূহিক স্বাস্থ্য কেন্দ্ৰত বিৰাজ কৰিছে অস্বাস্থ্যকৰ পৰিবেশে। যি দৃশ্যই  চকু কপালত  চকু কপালত তুলিছে সচেতন মহলৰ।চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত নাই পৰ্যাপ্ত চিকিৎসক। যি কেইজন আছে, তেওঁলোকও সময়ত উপস্থিত নোহোৱাৰ অভিযোগ।

এই ঘটনা খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ।খাৰুপেটীয়া সামহিক  স্বাস্থ্য কেন্দৰ  পয়ালগা অৱস্থাই চকু কঁপালত তুলিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ।

বিভিন্ন সময়ত উত্থাপিত অভিযোগৰ ভিত্তিত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাসৰ নেতৃত্বত খাৰুপেটীয়া আঞ্চলিক সমিতিৰ এটা দলে পৰিদৰ্শন কৰে সামূহিক চিকিৎসালয়খন।

উল্লেখ্য যে, চিকিৎসালয়খনত ফটাচিঙা বিছনাৰ ওপৰতেই প্ৰসুতি-কেচুৱাৰ চিকিৎসা চলাইছে চিকিৎসকে।ৰুগীয়া সকলৰ বাবে পানী যোগান ব্যৱস্থাও হৈ আছে বিকল। চিকিৎসালয়খনৰ ভিতৰতেই য’তে-ত’তে পেলাইছে পান-গুটকাৰ পিক।

মুঠতে খাৰুপেটীয়া সামুহিক চিকিৎসালয়ত সৃষ্টি হোৱা অস্বাস্থ্যকৰ পৰিবেশ, চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, অনিয়মীয়া এম্বুলেন্স সেৱা, পানীৰ অভাব আদিৰ লগতে আন্তগাঁথনি উন্নত কৰাৰ বাবে বিভাগীয় মন্ত্ৰী তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক দাবী জনায় আমছুৰ উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাসে।

Tags: #AssamBarpetaHospital

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025