• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 3, 2025
27 °c
Guwahati
25 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শুভমন গিলৰ দৰ্শনীয় ইনিংছ; চেতেশ্বৰ পূজাৰাক অতিক্ৰম কৰি বিশেষ কৃতিত্ব অৰ্জন

      Nation NE by Nation NE
      November 2, 2024
      in Top News, ক্ৰীড়া
      0 0
      শুভমন গিলৰ দৰ্শনীয় ইনিংছ; চেতেশ্বৰ পূজাৰাক অতিক্ৰম কৰি বিশেষ কৃতিত্ব অৰ্জন
      Share on FacebookShare on TwitterWhatsApp

      নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে ক্ৰিকেট ষ্টেডিয়ামত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত ভাৰতীয় দলৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ শুভমন গিলে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। মেচখনৰ প্ৰথম ইনিংছত খেলা গুৰুত্বপূৰ্ণ ৯০ ৰানৰ ইনিংছৰ সময়ত তেওঁ ভাৰতৰ হৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত উপনীত হয়।

      এই ক্ষেত্ৰত ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা অভিজ্ঞ বেটাৰ চেতেশ্বৰ পূজাৰাক অতিক্ৰম কৰে শুভমন গিলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পূজাৰাই ৬২টা ইনিংছত ১৭৬৯ ৰান সংগ্ৰহ কৰিছে। ইফালে গিলৰ নামত সংযোজন হৈছে ১৭৭৯ ৰান।

      বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ অভিলেখ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত আছে। ‘হিটমেন’ শৰ্মাই ৬৩টা ইনিংছত সৰ্বাধিক ২৬৭৪ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ পিছতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী। কিং কোহলীয়ে ৬৯টা ইনিংছত ২৪২৬ ৰান সংগ্ৰহ কৰিছে।

      তৃতীয় স্থানত আছে বৰ্তমানৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত। তেওঁ ৫০টা ইনিংছত ১৯৩৩ ৰান সংগ্ৰহ কৰিছে।

      বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈ

      ২৬৭৪ ৰান – ৰোহিত শৰ্মা – ৬৩ ইনিংছ

      ২৪২৬ ৰান – বিৰাট কোহলি – ৬৯ ইনিংছ

      ১৯৩৩ ৰান – ঋষভ পন্ত – ৫০ ইনিংছ

      ১৭৭৯* ৰান – শুভমন গিল – ৫৩ ইনিংছ

      ১৭৬৯ ৰান – চেতেশ্বৰ পূজাৰা – ৬২ ইনিংছ

      Tags: Cheteshwar PujaraShubman Gill

      Related Posts

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ
      Top News

      July 3, 2025
      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!
      Top News

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

      July 3, 2025
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Top News

      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

      July 3, 2025
      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
      Top News

      হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

      July 3, 2025
      ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

      শীৰ্ষ সংবাদ

      বাৰ্মিংহামত দ্বিশতক শুভমন গিলৰ; গঢ়িলে কেইবাটাও অভিলেখ

      পথ দুৰ্ঘটনাত মৃত্যু লিভাৰপুলৰ ২৮ বছৰীয়া ফুটবলাৰৰ

      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

      এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

      হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

      ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist