• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

Nation NE by Nation NE
November 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিলে ইস্তাহাৰ। এই ইস্তাহাৰৰ নাম দিয়া হৈছে সংকল্প পাত্ৰ। দীপাৱলী আৰু ৰাখী বন্ধনৰ সময়ত এটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাঁচীত ঝাৰখণ্ড নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ প্ৰকাশ কৰে। এই সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, সঞ্জয় ছেঠ আৰু বিজেপি ঝাৰখণ্ডৰ সভাপতি বাবুলাল মাৰাণ্ডী উপস্থিত থাকে।

ইস্তাহাৰ প্ৰকাশ কৰি অমিত শ্বাহে কয় যে ঝাৰখণ্ডৰ এই নিৰ্বাচন কেৱল চৰকাৰ সলনিৰ নিৰ্বাচন নহয়, ঝাৰখণ্ডৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ নিৰ্বাচন।

গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে, ঝাৰখণ্ডৰ জনতাই দুৰ্নীতিৰে ভৰা চৰকাৰ বিচাৰে নে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উন্নয়নৰ পথত আগবঢ়া বিজেপি চৰকাৰ বিচাৰে সেয়া তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব।

‘অনুপ্ৰৱেশৰ অনুমতি দি ঝাৰখণ্ডৰ পৰিচয়, মাটি আৰু নাৰীক বিপদত পেলোৱা চৰকাৰ বিচাৰে নে সীমান্ত ৰক্ষা কৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বিচাৰে’, এইদৰে কয় শ্বাহে।

সংকল্প পত্ৰ প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘বিজেপি সকলো দলতকৈ পৃথক। কাৰণ দেশৰ ৰাজনীতিত বিজেপি একমাত্ৰ দল যিয়ে যি কয় তাকেই কৰি দেখুৱাই। বিজেপি ক্ষমতাত অহা মানেই সকলো সংকল্প পূৰণ হোৱা।

উল্লেখ্য যে, ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।

Tags: #JharkhandAmit ShahAssembly ElectionBJPSankalp Patra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025