• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্ৰীনগৰৰ দেওবাৰৰ বজাৰত ঘটিছে এইয়া কি?

Nation NE by Nation NE
November 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শ্ৰীনগৰৰ দেওবাৰৰ বজাৰত ঘটিছে এইয়া কি?
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ ৰাজধানী দেওবাৰে শ্ৰীনগৰৰ বজাৰত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত কমেও ১৫ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত আটাইকেইজনক ইতিমধ্যে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই বিস্ফোৰণ সংঘটিত হৈছিল পৰ্যটক অভ্যৰ্থনা কেন্দ্ৰ অৰ্থাৎ টি আৰ চিৰ ওচৰত। সন্ত্ৰাসবাদীয়ে টি আৰ চিৰ সমীপত নিৰাপত্তাৰক্ষীৰ বাহনখনলৈ গ্ৰেনেড নিক্ষেপ কৰে।যাৰফলত এই বিস্ফোৰণত ১৫ জন লোক আহত হয়। বিস্ফোৰণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি বিভিন্ন স্থানত তালাচী অভিযান আৰম্ভ কৰে।

আহত কেইজন হৈছে মিছবা বয়স প্ৰায় ১৭ বছৰ, আজান কালু বয়স প্ৰায় ১৭ বছৰ, হাবিবুল্লাহ ৰাথেৰ বয়স প্ৰায় ৫০ বছৰ, আলতাফ আহমেদ ছিৰ বয়স প্ৰায় ২১ বছৰ, ফৈজাল আহমেদ বয়স প্ৰায় ১৬ বছৰ, উমৰ ফাৰুক, ফৈজান মুস্তাক , বয়স প্ৰায় ২০ বছৰ, জাহিদৰ বয়স প্ৰায় ১৯ বছৰ, গুলাম মহম্মদ ছফীৰ বয়স প্ৰায় ৫৫ বছৰ আৰু ছুমাইয়া জানৰ বয়স প্ৰায় ৪৫ বছৰ। ইয়াৰে চাৰিজনক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে বাকীসকল শ্ৰীনগৰ মেডিকেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণক অত্যন্ত বিৰক্তিকৰ বুলি অভিহিত কৰি কয় যে, জনসাধাৰণৰ সুৰক্ষাৰ বাবে দায়বদ্ধসকলে এই আক্ৰমণসমূহ বন্ধ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে।

আব্দুল্লাই টুইটাৰত লিখিছে যে, বিগত কেইদিনমানৰ পৰা উপত্যকাৰ কিছু অংশত আক্ৰমণ আৰু এনকাউণ্টাৰৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। শ্ৰীনগৰৰ দেওবাৰৰ বজাৰত নিৰীহ দোকানীৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ আজিৰ খবৰটো অতি আমনিদায়ক। নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।

Tags: IndiaJammu KashmirSrinagar

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 3, 2026
কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025