• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ ল’লে এগৰাকী খেলুৱৈয়ে, ক’লে কেতিয়া খেলিব জীৱনৰ অন্তিমখন খেল

Nation NE by Nation NE
November 4, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ ল’লে এগৰাকী খেলুৱৈয়ে, ক’লে কেতিয়া খেলিব জীৱনৰ অন্তিমখন খেল
Share on FacebookShare on TwitterWhatsApp

দীৰ্ঘসময় ধৰি ভাৰতীয় টেষ্ট দলৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে থকা উইকেটকীপাৰ-বেটছমেন ৰিদ্ধিমান সাহাই সকলো ধৰণৰ ক্ৰিকেটৰ পৰাই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। বৰ্তমান সাহাই নিজৰ গৃহ ৰাজ্য বংগৰ হৈ ৰঞ্জী ট্ৰফী খেলি আছে।

চলিত ৰঞ্জী ট্ৰফী ছিজন তেওঁৰ শেষ ছিজন হ’ব আৰু ইয়াৰ পিছত তেওঁ খেলৰ পৰা বিদায় ল’ব বুলি ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখি এই তথ্য দিলে সাহাই।

বিৰাট কোহলীৰ অধিনায়কত্বত ২০১৮-১৯ বৰ্ষত প্ৰথমবাৰৰ বাবে ঘৰুৱা টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দলটোৰ অংশ আছিল সাহা। ইয়াৰ পৰাই সাহাৰ কেৰিয়াৰ তললৈ নামি যায়।

সাহাই তেওঁৰ পোষ্টত কৈছে যে, এই যাত্ৰাত তেওঁক সহায় কৰা সেই সকলো লোককে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সাহাই লিখিছে যে, ক্ৰিকেটৰ এক সুন্দৰ যাত্ৰাৰ অন্তত চলিত ছিজনটো তেওঁৰ শেষ ছিজন হ’ব। শেষবাৰৰ বাবে বংগক প্ৰতিনিধিত্ব কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে। অৱসৰৰ পূৰ্বে এইখনেই হ’ব মোৰ অন্তিমখন ৰঞ্জী ট্ৰফী খেল।

টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত সাহা দ্বিতীয় স্থানত আছে। সাহাই ভাৰতৰ হৈ মুঠ ৪০খন টেষ্ট মেচ খেলি ২৯.৪১ গড়ে ১৩৫৩ ৰান সংগ্ৰহ কৰে, য’ত তিনিটা শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত কৰা হয়। এদিনীয়াত তেওঁ ভাৰতৰ হৈ ৯খন খেল খেলিছিল য’ত তেওঁ মাত্ৰ ৪১ ৰানহে কৰিছিল।

Tags: #cricketINDIAN TEST TEAMSports

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025