• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
31 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শাসনত আছে বিজেপি, কংগ্ৰেছক ভোট দিলে একো লাভ নহ’ব : হিমন্ত বিশ্ব শৰ্মা

      Nation NE by Nation NE
      November 5, 2024
      in Top News, অসম, ৰাজনীতি
      0 0
      শাসনত আছে বিজেপি, কংগ্ৰেছক ভোট দিলে একো লাভ নহ’ব : হিমন্ত বিশ্ব শৰ্মা
      Share on FacebookShare on TwitterWhatsApp

      অসমৰ উপ-নিৰ্বাচনৰ বাবে তুংগত উঠিছে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা নিজৰ ৰাজ্য অসমৰ উপ-নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।

      জানিব পৰা অনুসৰি, আগন্তুক দিন সমূহত মুখ্যমন্ত্ৰী শৰ্মাই পাঁচ সমষ্টিত মিত্ৰজোঁটে আগবঢ়োৱা প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব।

      মঙলবাৰে বৰাকৰ ধলাই সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰী শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বিএনএমপি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়।

      প্ৰচাৰৰ সময়ত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই বিৰোধী তথা কংগ্ৰেছক পুনৰবাৰ চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘ইয়াত কংগ্ৰেছ জয়ী হ’লে সমষ্টিটোৰ বাবে কোনো ধৰণৰ উন্নয়ন প্ৰকল্প নিশ্চিত কৰিব নোৱাৰিব বিধায়কগৰাকীয়ে’।

      ‘ধলাইৰ ৰাইজে উপলব্ধি কৰিব লাগিব যে বিজেপি ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছক ভোট দিয়াৰ অৰ্থ হ’ল এনে এটা মতা গৰুক লালন-পালন কৰা, যিয়ে কেতিয়াও গাখীৰ যোগান ধৰিব নোৱাৰে। বিজেপি উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ঠিক যেনেকৈ জাৰ্চি গৰু এটাৰ সঠিক যত্ন ল’লে প্ৰচুৰ পৰিমানে গাখীৰ দিয়ে’, সভাত তেওঁ এইদৰে কয়।

      আজিৰ দিনটোত ধলাই সমষ্টিত দুখনকৈ জনসভাত অংশ লোৱা মুখ্যমন্ত্ৰী শৰ্মাই ৭ নৱেম্বৰত চামগুৰি আৰু বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ঠিক সেইদৰে ৬ নৱেম্বৰত চিদলী আৰু বঙাইগাঁৱতো মিত্ৰদলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।

      উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত অসমৰ পাঁচটা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, বঙাইগাঁও আৰু চিদলী সমষ্টিত উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

      Tags: Barak ValleyBJPBye ElectionDholaiHimanta Biswa Sarma

      Related Posts

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

      July 24, 2025
      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…
      Top News

      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

      July 24, 2025
      চিন্তিত ভাৰত-বাংলাদেশ!  ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ
      আন্তঃ ৰাষ্ট্ৰীয়

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      July 24, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      শীৰ্ষ সংবাদ

      ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist