• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 10, 2026
21 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনী প্ৰচাৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক

Nation NE by Nation NE
November 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সংসদৰ শীতকালীন অধিৱেশন, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু বিধানসভা নিৰ্বাচনকে ধৰি সাম্প্ৰতিক ৰাজনৈতিক বিষয়সমূহ, উপ-নিৰ্বাচন আদিৰ বিষয়ে আলোচনা কৰা হয়।

ইয়াৰ উপৰিও  মহাৰাষ্ট্ৰ-ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী প্ৰচাৰৰ সৈতে জড়িত বিষয়সমূহৰ লগতে অধিক কৌশলৰ বিষয়েও আলোচনা কৰা হয়।

সূত্ৰ অনুসৰি, প্ৰথমখন বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ কৌশল আৰু বহু ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত মিত্ৰশক্তিৰ মন্ত্ৰীসকলৰ সৈতে আলোচনাত লিপ্ত হয়।

এই বৈঠকত নিৰ্বাচনী প্ৰচাৰৰ বিষয় আৰু প্ৰচাৰৰ ৰূপৰেখা আলোচনা কৰা হয়। ইয়াৰ বাহিৰেও মিত্ৰশক্তিক লগত লৈ আগবাঢ়ি যোৱাৰ কৌশল ৰচনা কৰা হৈছিল। বিহাৰৰ উপ-নিৰ্বাচন সন্দৰ্ভত এই সভাত অংশগ্ৰহণ কৰা চিৰাগ পাছৱান আৰু জিতন ৰাম মাঞ্জীৰ সৈতে আলোচনা হোৱাৰ বিপৰীতে আৰ এল ডিৰ জয়ন্ত চৌধুৰীৰ সৈতে ইউ পিৰ উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা হয়।

তথ্য অনুসৰি, মিত্ৰশক্তিৰ সকলো মন্ত্ৰীকে এই বৈঠকত আমন্ত্ৰণ কৰা হৈছিল যদিও তেওঁলোকৰ ব্যস্ততাৰ বাবে টিডিপি, জেডিইউ, জেডিএছ আৰু আপনা দলৰ মিত্ৰশক্তি এই সভাত উপস্থিত থাকিব নোৱাৰে। ইয়াৰ বিপৰীতে এলজেপি, হাম আৰু আৰ এল ডি উপস্থিত থাকে।

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে এন ডি এৰ মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ এটাই উদ্দেশ্য আছিল এন ডি এৰ সমষ্টিবাসীৰ সৈতে উন্নত সমন্বয় বৰ্তাই ৰখা। ইয়াৰ পূৰ্বে বিজেপিৰ সভাপতি জে পি নাড্ডাৰ ঘৰত এন ডি এৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। দ্বিতীয়খন বৈঠক কেৱল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হয়, য’ত সাংগঠনিক নিৰ্বাচন সন্দৰ্ভত বিতং আলোচনা কৰা হয়।

বৈঠকত বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ নির্বাচন প্রক্রিয়াৰ গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজ্যসমূহৰ সাংগঠনিক নির্বাচন ক্ষিপ্ৰ কৰাৰ কথা আলোচনা কৰা হয়৷ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত আটাইকেইখন ৰাজ্যৰ মণ্ডল আৰু জিলা পৰ্যায়ৰ সভাপতি নিৰ্বাচনৰ বিষয়ে ৰাজ্যভিত্তিক বিতংভাৱে আলোচনা কৰি আপডেট লোৱা হয়। বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰীৰ নেতৃত্বত এন ডি এ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এই বৈঠক ডেৰ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল।

Tags: #DelhiCentral MinisterElection

Related Posts

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025