• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিলামৰ বাবে নাম পঞ্জীয়ন জেমছ এণ্ডাৰছনৰ; ক্ৰয় কৰিবলৈ কোন দল আহিব আগবাঢ়ি

Nation NE by Nation NE
November 6, 2024
in Top News, ক্ৰীড়া
0 0
নিলামৰ বাবে নাম পঞ্জীয়ন জেমছ এণ্ডাৰছনৰ; ক্ৰয় কৰিবলৈ কোন দল আহিব আগবাঢ়ি
Share on FacebookShare on TwitterWhatsApp

ঘোষণা কৰা হৈছে আগন্তুক বৰ্ষৰ আই পি এলৰ মেগা নিলামৰ তাৰিখ। ছৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। ২৪ নৱেম্বৰ আৰু ২৫ নৱেম্বৰত এই নিলামৰ আয়োজন কৰা হৈছে।

নিলামৰ পূৰ্বে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ খেলুৱৈসকলে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰি আছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা ইংলেণ্ডৰ কিংবদন্তি বেগী বলাৰ জেমছ এণ্ডাৰছনেও আই পি এলৰ মেগা নিলামৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে।

এই খবৰ পোহৰলৈ অহাৰ লগে লগে এটা প্ৰশ্ন উত্থাপন হৈছে যে ৪৩ বছৰীয়া জেমছ এণ্ডাৰছনৰ প্ৰতি কোনটো দলে আগ্ৰহ প্ৰকাশ কৰিব? সূত্ৰৰ পৰা প্ৰকাশিত খবৰ অনুসৰি যথেষ্ট অভিজ্ঞ বলাৰগৰাকীক ক্ৰয় কৰিবলৈ তিনিটা দল আগ্ৰহী।

জানো আহক এই তিনিটা দল

চেন্নাই ছুপাৰ কিংছ

আই পি এলৰ নিলামৰ ইতিহাস যদি চাওঁ তেন্তে চেন্নাই ছুপাৰ কিংছে সদায়েই জ্যেষ্ঠ খেলুৱৈ ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহী। এই দলটোৱে জ্যেষ্ঠ আৰু অভিজ্ঞ খেলুৱৈক গুৰুত্ব দি ভাল পায়। এই দিশৰ পৰা চাব গ’লে তেওঁক চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰিব পাৰে।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

আই পি এলৰ মেগা নিলামৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বিৰাট কোহলী, ৰজত পাটিদাৰ আৰু যশ দয়ালক ৰিটেইন কৰিছিল। এই তিনিজনৰ বাহিৰে দলটোৱে সকলো খেলুৱৈকে মুকলি কৰি দিছিল। আই পি এলৰ খিতাপ দখলৰ বাবে বেটছমেনৰ উপৰি আৰ চি বিয়ে বলাৰৰ সৈতে ভাল দল গঠন কৰিব লাগিব। সেয়ে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে অভিজ্ঞ বলাৰ জিমি এণ্ডাৰছনক ক্ৰয় কৰাৰ সম্ভাৱনা আছে। যদিহে এণ্ডাৰছন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অংশ হয়, তেন্তে দলটোৰ যুৱ খেলুৱৈসকলে তেওঁৰ অভিজ্ঞতাৰ পৰা বহু কথা শিকিব পাৰিব।

পঞ্জাব কিংছ

আই পি এলৰ মেগা নিলামত পঞ্জাব কিংছৰ হাতত আছে সৰ্বোচ্চ ১১০.৫ কোটি টকা। পঞ্জাব কিংছে মাত্ৰ ২ জন খেলুৱৈকহে ৰিটেইন কৰিছে। একেদৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে দলটোৱে। জেমছ এণ্ডাৰছনৰ অভিজ্ঞতা বিবেচনা কৰিলে পঞ্জাব কিংছে উচিত পৰিমাণৰ ধন খৰচ কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

Tags: IPLJames AndersonJimmy Anderson

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025