• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰশিক্ষকলৈ নীৰজৰ এক শুভেচ্ছা বাৰ্তা, আৱেগিক হৈ পৰিব আপুনি

Nation NE by Nation NE
November 7, 2024
in Top News, ক্ৰীড়া
0 0
প্ৰশিক্ষকলৈ নীৰজৰ এক শুভেচ্ছা বাৰ্তা, আৱেগিক হৈ পৰিব আপুনি
Share on FacebookShare on TwitterWhatsApp

২০২১ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাৰ সফলতাত প্ৰশিক্ষক ক্লাউছ বাৰ্টনিটজৰ ডাঙৰ অৱদান আছে বুলি বিবেচিত হৈছে, যদিও এতিয়া এথলেটিকছৰ পৰা বিদায় লৈছে প্ৰশিক্ষক ক্লাউছ বাৰ্টনিটজে।

ক্লাউছ বাৰ্টনিটজৰ অৱসৰৰ বিষয়ে নিজেই পোষ্ট কৰিছিল নীৰজ চোপ্ৰাই। লগতে নীৰজ চোপ্ৰাই ছ’চিয়েল মিডিয়া পোষ্টত ক্লাউছ বাৰ্টনিটজৰ বাবে আৱেগিক বাৰ্তাও লিখিছে।

নীৰজ চোপ্ৰাই লিখিছে যে, বাৰ্টনিটজে তেওঁৰ বাবে কেৱল গুৰুতকৈও অধিক। তেওঁ শিকোৱা সকলোবোৰে শিক্ষাই নীৰজক এগৰাকী সুদক্ষ খেলুৱৈ আৰু ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰিছে।

লগতে নীৰজ চোপ্ৰাই লিখিছে যে, প্ৰতিখন প্ৰতিযোগিতাৰ বাবে নীৰজে যাতে মানসিক আৰু শাৰীৰিকভাৱে সাজু হৈ থাকে, তাৰ বাবে প্ৰশিক্ষকগৰাকীয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে। আনকি নীৰজে শৰীৰত পোৱা আঘাতৰ সময়তো তেওঁ নীৰজৰ কাষত থিয় দিছিল। উত্থান-পতনৰ সময়তো তেওঁ নীৰজৰ লগত আছিল।তেওঁৰ এই যাত্ৰাত লগ দিয়াৰ বাবে ধন্যবাদ জনায় লগতে তেওঁক ৰিটায়াৰমেণ্টৰ শুভেচ্ছা দিয়ে।

উল্লেখ্য যে, ২০১৯ চনত কঁকালৰ অস্ত্ৰোপচাৰৰ পিছত বাৰ্টনিটজে দেশবাসী তথা প্ৰাক্তন বিশ্ব অভিলেখধাৰী জেভেলিন থ্ৰ’ৱাৰ উৱে হ’নৰ পৰা নীৰজৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। বাৰ্টনিটজৰ সৈতে নীৰজে কেইবাটাও পদক লাভ কৰে, ইয়াৰ ভিতৰত আছে -দুটা অলিম্পিক পদক (সোণ আৰু ৰূপ), দুটা বিশ্ব চেম্পিয়নশ্বিপ পদক (সোণ আৰু ৰূপ), এছিয়ান গেমছৰ এটা সোণ আৰু এটা ডাইমণ্ড লীগ খিতাপ।

Tags: AthleticsNeeraj ChopraSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025