• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যেন চিনেমাৰ CLIMAX ৰ দৃশ্য! পিতৃ-কন্যাই টানি নিছে এটা ৰহস্যজনক চুটকেছ

Nation NE by Nation NE
November 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
যেন চিনেমাৰ CLIMAX ৰ দৃশ্য! পিতৃ-কন্যাই টানি নিছে এটা ৰহস্যজনক চুটকেছ
Share on FacebookShare on TwitterWhatsApp

এটা চুটকেছক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰেলৱে প্লেটফৰ্মত পিতৃ-কন্যাই চোঁচৰাই নিছে এটি চুটকেছটো। চুটকেছটোৰ পৰা নিগৰি গৈছে তেজৰ টোপাল।

ইয়াৰ পিছতে ষ্টেচনত থকা যাত্ৰীসকলে আতংকিত হৈ হোৱা-দুৱা লগায়। লগে লগে উপস্থিত যাত্ৰীসকলে খবৰ দিয়ে ৰেল আৰক্ষীক।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চুটকেছ কঢ়িয়াই নিয়া পিতৃ-কন্যাৰ সৈতে সোধ-পোঁচ আৰম্ভ কৰে। প্ৰথম অৱস্থাত দুয়োৱে চুটকেছত কেৱল কাপোৰহে আছে বুলি কয়। তথাপিও আৰক্ষীৰ সন্দেহ হোৱাত চুটকেছটো খুলিবলৈ নিৰ্দেশ দিয়ে।

পিছে চুটকেছটো খোলাৰ পিছতেই ওলাই পৰে উৰহি গছৰ ওৰ। আৰক্ষীয়ে চুটকেছটোৰ পৰা উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। লগে-লগে ষ্টেচনটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

উল্লেখ্য যে, ৪৩ বছৰীয়া সোণাৰ বালাসুব্ৰমণিয়ম নামৰ লোক এজনে তেওঁৰ চুবুৰীতে বাস কৰা এগৰাকী মহিলাক সোণৰ অলংকাৰৰ বাবে হত্যা কৰে।ইফালে নিহত মহিলাগৰাকী ৬৫ বছৰীয়া মন্নম ৰমানী বুলি চিনাক্ত কৰা হয়।

এই হত্যাকাণ্ড লুকুৱাই ৰখাৰ উদ্দেশ্যে নিজ কন্যাৰ সৈতে মিলি মানুহজনে মৃতদেহটো চুটকেছত ভৰাই লৈ যায়।কিন্তু ষ্টেচনত থকা যাত্ৰীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বালাসুব্ৰমণিয়মে এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে। চেন্নাইৰ মিঞ্জুৰ ৰেলৱে ষ্টেচনত ৪ দিন পূৰ্বে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়।

Tags: ChennaiCrimeMysterySuitcase

Related Posts

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন
Top News

December 13, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025

শীৰ্ষ সংবাদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025