• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 29, 2025
29 °c
Guwahati
29 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

    অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

    আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

    আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

    বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

    ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পুনৰ ইজৰাইলৰ লক্ষ্যত গাজা-লেবানন, মহিলাসহ ২৩ জনৰ প্ৰাণহানি

      Nation NE by Nation NE
      November 10, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      যুদ্ধৰ দামামা! হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? জানক কোন কোন দেশ আছে ইজৰাইলৰ লক্ষ্যত
      Share on FacebookShare on TwitterWhatsApp

      লেবাননৰ দক্ষিণৰ বন্দৰ চহৰ টাইৰত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন বধিৰ লোককে ধৰি পাঁচজন ভাই-ভনীসহ কমেও সাতজন লোক নিহত হয়।

      চৰকাৰী সংবাদ মাধ্যমৰ মতে, শনিবাৰে ইজৰাইলৰ বায়ুসেনাই দক্ষিণ আৰু পূব লেবাননৰ বিভিন্ন প্ৰান্তত বিমান আক্ৰমণ চলায়।

      গাজাত হামাছ আৰু লেবাননৰ হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইজৰাইলৰ আক্ৰমণত গাজা আৰু লেবাননত মুঠ ২৩ জন লোকৰ প্ৰাণহানি হয়। ইয়াৰ মাজতে শনিবাৰে গাজাৰ তিনিটা ভিন্ন স্থানত ইজৰাইলৰ আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৬ জন লোকৰ প্ৰাণহানি  হয়। পেলেষ্টাইনৰ চিকিৎসকসকলে এই তথ্য প্ৰদান কৰে। ইফালে ইজৰাইলে কেইবা সপ্তাহৰ পিছত প্ৰথমবাৰৰ বাবে দুৰ্ভিক্ষত আক্ৰান্ত উত্তৰ গাজালৈ মানৱীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

      ইজৰাইলৰ সেনাই কয় যে, বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলৰ কমাণ্ড চেণ্টাৰ আৰু অন্যান্য উগ্ৰপন্থী আন্তঃগাঁথনি নিশাৰ ভিতৰতে আক্ৰমণ কৰে।

      পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, গাজাৰ পূৱ টুফা অঞ্চলত শৰণাৰ্থী স্থান হিচাপে ব্যৱহাৰ কৰা এখন বিদ্যালয়ত আক্ৰমণ সংঘটিত হয় আৰু কমেও ছয়জন লোকৰ প্ৰাণহানি হয়। তেওঁ কয় যে মৃত লোকসকলৰ ভিতৰত আছে দুগৰাকীকৈ স্থানীয় সাংবাদিক, এগৰাকী গৰ্ভৱতী মহিলা আৰু এটি শিশু।

      হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, দক্ষিণৰ খান ইউনিছ চহৰত স্থানচ্যুত লোকে আশ্ৰয় লোৱা তম্বুত ইজৰাইলৰ আক্ৰমণত ৭ জন লোকৰ প্ৰাণহানি হয়। পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে কয় যে, ইজৰাইলৰ এই আক্ৰমণে মধ্য গাজাৰ মূল চিকিৎসালয়খনৰ চৌহদত স্থাপন কৰা তম্বুত আঘাত হানে।

      ডেইৰ আল বালাহৰ আল-আকছা শ্বহীদ হাস্পতালত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে লগতে এজন স্থানীয় সাংবাদিক আহত হোৱা বুলি জানিব পৰা গৈছে। মাৰ্চৰ পিছত এই চৌহদত ইজৰাইলৰ এই অষ্টমটো আক্ৰমণ।

      লেবাননৰ দক্ষিণৰ বন্দৰ চহৰ টাইৰত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন বধিৰ লোককে ধৰি পাঁচজন ভাই-ভনীসহ কমেও সাতজন লোকে প্ৰাণ হেৰুৱায়। চৰকাৰী সংবাদ মাধ্যমৰ মতে, শনিবাৰে ইজৰাইলৰ বায়ুসেনাই দক্ষিণ আৰু পূৱ লেবাননৰ বিভিন্ন প্ৰান্তত বিমান আক্ৰমণ চলায়। ইয়াৰ কেইঘণ্টামান আগতে যুদ্ধ বিমানে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত আক্ৰমণ কৰে, য’ত বহু অট্টালিকা ধ্বংস হৈছিল।

      লেবাননৰ হিজবুল্লাহ গোটৰ প্ৰমুখে উত্তৰ ইজৰাইলৰ ওপৰত কেইবা ১ ডজন ৰকেট নিক্ষেপ কৰাৰ লগতে দক্ষিণ লেবাননৰ ওপৰেৰে ড্ৰ’ন নিক্ষেপ কৰা হয় বুলি জানিবলৈ দিয়ে। গোটটোৱে জনোৱা মতে, ইজৰাইলৰ বায়ুসেনাই এই অঞ্চলটোত আক্ৰমণ চলায়। এই সন্দৰ্ভত ইজৰাইল সেনাই ততাতৈয়াকৈ কোনো নিশ্চয়তা দিয়া নাই। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা টায়াৰত সংঘটিত আক্ৰমণত ৪৬ জন লোকো আহত হয়। ইজৰাইল-হিজবুল্লাহ যুদ্ধৰ ১৩ মাহৰ ভিতৰত লেবাননত ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

      Tags: IranIsraelWar

      Related Posts

      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী
      Top News

      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

      July 29, 2025
      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…
      Top News

      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…

      July 29, 2025
      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান
      Top News

      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

      July 29, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 29, 2025
      বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ
      Top News

      বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

      July 28, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      এই অভ্যাসৰ বাবে শৰীৰত দ্ৰুতগতিত বৃদ্ধি পায় কলেষ্টেৰ’ল, কেনেকৈ সকাহ পাব ইয়াৰ পৰা?

      July 28, 2025

      শীৰ্ষ সংবাদ

      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…

      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

      এই অভ্যাসৰ বাবে শৰীৰত দ্ৰুতগতিত বৃদ্ধি পায় কলেষ্টেৰ’ল, কেনেকৈ সকাহ পাব ইয়াৰ পৰা?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP