• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ ইজৰাইলৰ লক্ষ্যত গাজা-লেবানন, মহিলাসহ ২৩ জনৰ প্ৰাণহানি

Nation NE by Nation NE
November 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধৰ দামামা! হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? জানক কোন কোন দেশ আছে ইজৰাইলৰ লক্ষ্যত
Share on FacebookShare on TwitterWhatsApp

লেবাননৰ দক্ষিণৰ বন্দৰ চহৰ টাইৰত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন বধিৰ লোককে ধৰি পাঁচজন ভাই-ভনীসহ কমেও সাতজন লোক নিহত হয়।

চৰকাৰী সংবাদ মাধ্যমৰ মতে, শনিবাৰে ইজৰাইলৰ বায়ুসেনাই দক্ষিণ আৰু পূব লেবাননৰ বিভিন্ন প্ৰান্তত বিমান আক্ৰমণ চলায়।

গাজাত হামাছ আৰু লেবাননৰ হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইজৰাইলৰ আক্ৰমণত গাজা আৰু লেবাননত মুঠ ২৩ জন লোকৰ প্ৰাণহানি হয়। ইয়াৰ মাজতে শনিবাৰে গাজাৰ তিনিটা ভিন্ন স্থানত ইজৰাইলৰ আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৬ জন লোকৰ প্ৰাণহানি  হয়। পেলেষ্টাইনৰ চিকিৎসকসকলে এই তথ্য প্ৰদান কৰে। ইফালে ইজৰাইলে কেইবা সপ্তাহৰ পিছত প্ৰথমবাৰৰ বাবে দুৰ্ভিক্ষত আক্ৰান্ত উত্তৰ গাজালৈ মানৱীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

ইজৰাইলৰ সেনাই কয় যে, বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলৰ কমাণ্ড চেণ্টাৰ আৰু অন্যান্য উগ্ৰপন্থী আন্তঃগাঁথনি নিশাৰ ভিতৰতে আক্ৰমণ কৰে।

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, গাজাৰ পূৱ টুফা অঞ্চলত শৰণাৰ্থী স্থান হিচাপে ব্যৱহাৰ কৰা এখন বিদ্যালয়ত আক্ৰমণ সংঘটিত হয় আৰু কমেও ছয়জন লোকৰ প্ৰাণহানি হয়। তেওঁ কয় যে মৃত লোকসকলৰ ভিতৰত আছে দুগৰাকীকৈ স্থানীয় সাংবাদিক, এগৰাকী গৰ্ভৱতী মহিলা আৰু এটি শিশু।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, দক্ষিণৰ খান ইউনিছ চহৰত স্থানচ্যুত লোকে আশ্ৰয় লোৱা তম্বুত ইজৰাইলৰ আক্ৰমণত ৭ জন লোকৰ প্ৰাণহানি হয়। পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে কয় যে, ইজৰাইলৰ এই আক্ৰমণে মধ্য গাজাৰ মূল চিকিৎসালয়খনৰ চৌহদত স্থাপন কৰা তম্বুত আঘাত হানে।

ডেইৰ আল বালাহৰ আল-আকছা শ্বহীদ হাস্পতালত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে লগতে এজন স্থানীয় সাংবাদিক আহত হোৱা বুলি জানিব পৰা গৈছে। মাৰ্চৰ পিছত এই চৌহদত ইজৰাইলৰ এই অষ্টমটো আক্ৰমণ।

লেবাননৰ দক্ষিণৰ বন্দৰ চহৰ টাইৰত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন বধিৰ লোককে ধৰি পাঁচজন ভাই-ভনীসহ কমেও সাতজন লোকে প্ৰাণ হেৰুৱায়। চৰকাৰী সংবাদ মাধ্যমৰ মতে, শনিবাৰে ইজৰাইলৰ বায়ুসেনাই দক্ষিণ আৰু পূৱ লেবাননৰ বিভিন্ন প্ৰান্তত বিমান আক্ৰমণ চলায়। ইয়াৰ কেইঘণ্টামান আগতে যুদ্ধ বিমানে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত আক্ৰমণ কৰে, য’ত বহু অট্টালিকা ধ্বংস হৈছিল।

লেবাননৰ হিজবুল্লাহ গোটৰ প্ৰমুখে উত্তৰ ইজৰাইলৰ ওপৰত কেইবা ১ ডজন ৰকেট নিক্ষেপ কৰাৰ লগতে দক্ষিণ লেবাননৰ ওপৰেৰে ড্ৰ’ন নিক্ষেপ কৰা হয় বুলি জানিবলৈ দিয়ে। গোটটোৱে জনোৱা মতে, ইজৰাইলৰ বায়ুসেনাই এই অঞ্চলটোত আক্ৰমণ চলায়। এই সন্দৰ্ভত ইজৰাইল সেনাই ততাতৈয়াকৈ কোনো নিশ্চয়তা দিয়া নাই। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা টায়াৰত সংঘটিত আক্ৰমণত ৪৬ জন লোকো আহত হয়। ইজৰাইল-হিজবুল্লাহ যুদ্ধৰ ১৩ মাহৰ ভিতৰত লেবাননত ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

Tags: IranIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025