• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
30 ° Wed
27 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২৩ বছৰীয়া এইগৰাকী ভাৰতীয় বলাৰে ৰচিলে ইতিহাস

      Nation NE by Nation NE
      November 15, 2024
      in Top News, ক্ৰীড়া
      0 0
      ২৩ বছৰীয়া এইগৰাকী ভাৰতীয় বলাৰে ৰচিলে ইতিহাস
      Share on FacebookShare on TwitterWhatsApp

      ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় বলাৰে। এইগৰাকী ভাৰতীয় বলাৰে এটা ইনিংছত ১০টা উইকেট দখল কৰি অনিল কুম্বলেৰ দৰে মহান ক্ৰিকেটাৰৰ অভিলেখ স্পৰ্শ কৰে। ৰঞ্জী ট্ৰফীৰ এখন মেচত কেৰালাৰ বিৰুদ্ধে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াই হাৰিয়ানাৰ বেগী বলাৰ অংশুল কাম্বোজে।

      কেৰালাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ মেচখনত এক ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে অংশুল কম্বোজে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা ষষ্ঠজন বলাৰ আৰু ৰঞ্জী ট্ৰফী ইতিহাসত তৃতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

      ইয়াৰ পূৰ্বে ৰঞ্জী ট্ৰফীত বংগৰ প্ৰেমাংগুছু চেটাৰ্জী (১৯৫৬-৫৭) আৰু ৰাজস্থানৰ প্ৰদীপ সুন্দৰমিনে (১৯৮৫-৮৬) এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল। আনহাতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সুভাষ গুপ্তে (১৯৫৪-৫৫), অনিল কুম্বলে (১৯৯৮-৯৯) আৰু দেৱাশীষ মহান্তিয়ে (২০০০-০১) এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। আৰু আজি ৰঞ্জী ট্ৰফীৰ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰে বেগী বলাৰ অংশুল কাম্বোজে।

      ৰঞ্জী ট্ৰফীৰ যোৱা ৩৯ বছৰৰ ভিতৰত এটা ইনিংছত ১০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপেও পৰিগণিত হয় কাম্বোজ।

      উল্লেখ্য যে, লাহলী ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ মেচখনত ২৩ বছৰীয়া বেগী বলাৰ অংশুল কাম্বোজৰ বিধ্বংসী বলিঙত কেৰালাৰ বেটিং লাইন আপ বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। ৪৯ ৰান খৰচ কৰি ১০টা উইকেট দখল কৰে অংশুল কাম্বোজে। অংশুলৰ আক্ৰমণাত্মক বলিঙৰ বাবেই কেৰালাই নিজৰ প্ৰথম ইনিংছ মাত্ৰ ২৯১ ৰানত সামৰে।

      ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ শ্ৰেষ্ঠ বলিং অভিলেখ

      ১০/২০ – প্ৰেমাংশু চেটাৰ্জী – বংগ বনাম অসম (১৯৫৬-৫৭)

      ১০/৪৯ – অংশুল কাম্বোজ – হাৰিয়ানা বনাম কেৰালা (২০২৪-২৫)

      ১০/৭৮ – প্ৰদীপ সুন্দৰাম – ৰাজস্থান বনাম বিদৰ্ভ (১৯৮৫-৮৬)

      প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এটা ইনিংছত ১০টা উইকেট দখল কৰা ভাৰতীয় বলাৰ

      ১০/২০ – প্ৰেমাংশু চেটাৰ্জী – বংগ বনাম অসম (১৯৫৬-৫৭)

      ১০/৪৬ – দেৱাশীষ মহন্ত – পূব মণ্ডল বনাম দক্ষিণ মণ্ডল (২০০০-০১)

      ১০/৪৯ – অংশুল কাম্বোজ – হাৰিয়ানা বনাম কেৰালা (২০২৪-২৫)

      ১০/৭৪ – অনিল কুম্বলে – ভাৰত বনাম পাকিস্তান (১৯৯৯)

      ১০/৭৮ – প্ৰদীপ সুন্দৰাম – ৰাজস্থান বনাম বিদৰ্ভ (১৯৮৫-৮৬)

      ১০/৭৮ – সুভাষ গুপ্তে – বম্বে বনাম পাকিস্তান কম্বাইণ্ড চাৰ্ভিছেচ আৰু বাহাৱালপুৰ একাদশ (১৯৫৪-৫৫)

      Tags: Anshul KambojRanji Trophy

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist