• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-নেপাল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা; দুজন ভাৰতীয়সহ ৮জনৰ মৃত্যু

Nation NE by Nation NE
November 15, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰত-নেপাল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা; দুজন ভাৰতীয়সহ ৮জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ভাৰত-নেপাল সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন ভাৰতীয়কে ধৰি ৮ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত ৫জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি চালকজনৰ অৱস্থা সংকটজনক।

তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন আহতক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে। মৃতদেহকেইটা চিনাক্ত কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বৰ্তমান সময়ত দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আহতসকলৰ পৰিয়াললৈ এই তথ্য প্ৰেৰণ কৰা হৈছে। যাত্ৰীৰে ভৰা জীপখন মল্লিকাৰ্জুন মন্দিৰ দৰ্শন কৰি গোকলেশ্বৰলৈ উভতি আহিছিল। শৈল্যশিখৰ পৌৰসভাৰ বাজনি নামৰ স্থানত জীপখন দ’ খাৱৈত বাগৰি পৰে। জীপখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

দাৰ্চুলা জিলা চেণ্টিনেল অফিচৰ মুখপাত্ৰ পৰিদৰ্শক ছাত্ৰ ৰাৱাটে জনোৱা মতে, নাকাটাৰ নিবাসী ৪৫ বছৰীয়া দিলীপ বিষ্ট, ৪০ বছৰীয়া মীনা, লেক গাঁৱৰ ৩২ বছৰীয়া বীৰেন্দ্ৰ ৰাৱাল, ২৫ বছৰীয়া শান্তি ৰাৱাল , বাইটাদী জিলাৰ নাগাৰাউন নিবাসী ১৬ বছৰীয়া সুজীৱ বহৰা, ৫০ বছৰীয়া দিলাশানি, ৪৫ বছৰীয়া মহম্মদ ছাকিৰ, উত্তৰ প্ৰদেশৰ বিজনোৰ নিবাসী ১৮ বছৰীয়া মহম্মদ ঔছিলৰ থিতাতে মৃত্যু হয়।

আনহাতে, সুনীল যোশী, উত্তম ৰাউকায়া, সন্দীপ ৰাৱাল, প্ৰকাশ ৰাৱাল আৰু উত্তৰ প্ৰদেশৰ পিলিভিতৰ বাসিন্দা ছোহিল খান আহত হয়। চালকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছে।

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Tags: #NepalIndia-NepalRoad Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025