• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টৰ পৰা বাহিৰ হ’ব শুভমন! চিন্তিত ভাৰতীয় শিৱিৰ

Nation NE by Nation NE
November 16, 2024
in Top News, ক্ৰীড়া
0 0
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টৰ পৰা বাহিৰ হ’ব শুভমন! চিন্তিত ভাৰতীয় শিৱিৰ
Share on FacebookShare on TwitterWhatsApp

অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন মেচৰ টেষ্ট শৃংখলা। এই শৃংখলাটোৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব পাৰ্থত। এই মেচখনৰ পূৰ্বে ভাৰতীয় দলৰ বাবে আহিছে এক বেয়া খবৰ।

প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ভাৰতীয় দলৰ বিশ্বাসযোগ্য শীৰ্ষক্ৰমৰ বেটাৰ শুভমন গিল আঘাতপ্ৰাপ্ত হৈছে। ফিল্ডিং কৰি থকাৰ সময়ত তেওঁ আঘাত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁৰ আঘাত কিমান গুৰুতৰ সেয়া জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, পাৰ্থৰ WACA ষ্টেডিয়ামত চলি থকা তিনিদিনীয়া ইণ্ট্ৰা স্কোৱাড মেচৰ সময়ত ফিল্ডিং কৰি থকাৰ সময়ত গিল আহত হয়। জানিব পৰা অনুসৰি, তেওঁ আঙুলিত আঘাত পাইছে। যদিহে আঘাত গুৰুতৰ হয় তেন্তে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথম মেচখনত তেওঁ খেলিব নোৱাৰিব।

উল্লেখ্য যে ভাৰতৰ হৈ কেইবাবাৰো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে গিলে। তেওঁৰ আঘাতে দলক যথেষ্ট ক্ষতি কৰিব পাৰে। গিলৰ আঘাতৰ আনুষ্ঠানিক তথ্য এতিয়াও লাভ কৰা হোৱা নাই। কিন্তু ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক তিনিদিনত এই সন্দৰ্ভত তথ্য দিয়াৰ সম্ভাৱনা আছে।

Tags: Border-Gavaskar TrophyIndia vs AustraliaPerth TestShubman Gill

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025