• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
21 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাত উত্থাপিত হ’ল চেম্পিয়নছ ট্ৰফীৰ বিষয়, ভাৰতলৈ পাকিস্তানৰ প্ৰশ্ন

Nation NE by Nation NE
November 18, 2024
in Top News, ক্ৰীড়া
0 0
আমেৰিকাত উত্থাপিত হ’ল চেম্পিয়নছ ট্ৰফীৰ বিষয়, ভাৰতলৈ পাকিস্তানৰ প্ৰশ্ন
Share on FacebookShare on TwitterWhatsApp

১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। পিচিবিয়ে এই ক্ৰীড়া অনুষ্ঠান  সম্পূৰ্ণৰূপে পাকিস্তানত অনুষ্ঠিত কৰিব বিচাৰিছে।

পিছে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে বিচিচিআইয়ে। ভাৰতীয় ব’ৰ্ডৰ এই সিদ্ধান্তৰ পিছৰে পৰা সৃষ্টি হৈছে হুলস্থুলৰ।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় দলটোক তেওঁলোকৰ দেশলৈ নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ইয়াৰ বাবে পাকিস্তানে বিভিন্ন দেশৰ পৰা নিজৰ পক্ষত সমৰ্থন লাভ কৰাত ব্যস্ত। ইয়াৰ পূৰ্বে পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে ইংলেণ্ডক সমৰ্থন কৰিবলৈ লণ্ডনত উপস্থিত হৈছিল। এতিয়া পাকিস্তানী সাংবাদিকসকলেও তেওঁক এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। ইংলেণ্ডৰ পিছত পাকিস্তানে এই বিষয়টো আমেৰিকাতো উত্থাপন কৰে আৰু এই বিষয়ত নিজ পক্ষত সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে যদিও হতাশ হয়।

চেম্পিয়নছ ট্ৰফীৰ বিষয়ে আমেৰিকাই কি ক’লে?

পাকিস্তানে বিশ্ব পৰ্যায়ত ভাৰতৰ স্থিতিৰ বাবে দোষাৰোপ কৰি চেম্পিয়নছ ট্ৰফীৰ ওপৰত হেঁচা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। সেয়ে পাকিস্তানী সাংবাদিক এজনে বিশ্বৰ শক্তিশালী দেশ বুলি গণ্য কৰা আমেৰিকাৰ আগত এই বিষয়টো উত্থাপন কৰি ইয়াৰ স্থিতি জানিব বিচাৰিছিল। পিছে সকলোৰে সন্মুখত অপমানৰ সন্মুখীন হ’বলগীয়া হ’ল।

দৰাচলতে ষ্টেট ডিপাৰ্টমেণ্টৰ প্ৰেছ ব্রিফিঙৰ সময়ত এজন পাকিস্তানী সাংবাদিকে আমেৰিকান বিষয়াজনক কৈছিল যে, এই প্রতিযোগিতা বিশ্বকাপৰ পাছত দ্বিতীয় বৃহত্তম ক্ৰিকেট ইভেণ্ট আৰু ইয়াৰ পাকিস্তানত আয়োজন কৰা হ’ব আৰু ভাৰতীয় দলে ইয়াত অংশগ্ৰহণ কৰা প্ৰয়োজন। কিন্তু তেওঁলোকৰ ভাৰত চৰকাৰে ইয়াক বন্ধ কৰি দিছে। ৰাজনৈতিক উত্তেজনাৰ বাবে ২০০৮ চনৰ পৰা পাকিস্তানলৈ যোৱা নাই টীম ইণ্ডিয়া।

এই কথা কোৱাৰ পাছত সাংবাদিকজনে খেলৰ লগত ৰাজনীতি জড়িত হোৱাটো কিমান দূৰ সমিচীন এই বুলি সোধে। এই সন্দৰ্ভত তেওঁৰ মতামত আমেৰিকান বিষয়াজনে কয় যে, এইটো দুখন দেশৰ বিষয় আৰু এই সন্দৰ্ভত তেওঁ একো ক’ব নোৱাৰে। ভাৰত আৰু পাকিস্তানে নিজৰ মাজতে এই বিষয়টো সমাধান কৰিব লাগিব। ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে। অৱশ্যে তেওঁ লগতে কয় যে, কোনো সন্দেহ নোহোৱাকৈ ক্ৰীড়া এক ঐক্যবদ্ধ শক্তি।

ক্ৰিকেটৰ জগতখনত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এটা বৃহৎ অৱদান আছে। সেয়েহে বিচিচিআইৰ সৈতে হোৱা বিবাদৰ পিছত মহছিন নাকভিয়ে লণ্ডনত উপস্থিত হয় ইয়াৰ সমৰ্থন লাভৰ বাবে। ইচিবিৰ অধ্যক্ষ ৰিচাৰ্ড থম্পছনক সাক্ষাৎ কৰি তেওঁৰ সমৰ্থন বিচাৰে। বৈঠকৰ অন্তত ইচিবিয়ে চেম্পিয়নছ ট্ৰফীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰে যদিও নীৰৱ শব্দৰে।

থম্পছনে ইংগিতৰ জৰিয়তে বিচিচিআইৰ নিৰাপত্তাজনিত উদ্বেগৰ বিষয়টো নোহোৱা কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় যে, ইংলেণ্ড দলৰ পাকিস্তান ভ্ৰমণ অতি আচৰিত আছিল। চেম্পিয়নছ ট্ৰফীৰ বাবেও পাকিস্তানক শুভেচ্ছা জ্ঞাপন কৰে থম্পছনে। ইয়াৰ পিছতে নাকভিয়ে থম্পছনক আশ্বাস দিয়ে যে পাকিস্তানে সকলো প্ৰস্তুতি কৰিছে আৰু সফলতাৰে প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে।

Tags: #cricketChampions TrophySports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025