• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি

Nation NE by Nation NE
November 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি
Share on FacebookShare on TwitterWhatsApp

জিলা আদালতৰ নিৰ্দেশৰ পিছতেই সোমবাৰে আৰক্ষীয়ে নাবালিকা কিশোৰীৰ ভয়ানক কাণ্ডৰ গোচৰত বিধায়কৰ পলাতক পত্নী সীমা বেগমৰ সম্পত্তি সংলগ্ন কৰিছে। সীমাৰ সন্ধান চলি থকাৰ সময়তে বিধায়ক জাহিগ বেগক প্ৰয়াগৰাজৰ নাইনী কাৰাগাৰত আৰু পুত্ৰক বাৰাণসী কাৰাগাৰত ৰখা হৈছে।

উত্তৰ প্ৰদেশৰ ভাদোহীৰ বিধায়ক জাহিদ বেগৰ ঘৰত নাবালিকা কিশোৰীৰ সংঘটিত কৰা ভয়ানক কাণ্ডৰ গোচৰত বিধায়ক পত্নী সীমা বেগমে কৰা আবেদনৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আচলতে কাৰাগাৰত থকা বিধায়ক জাহিদ বেগৰ পলাতক পত্নী সীমা বেগমে এলাহাবাদ উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন দাখিল কৰিছিল।

আবেদনকাৰী সীমা বেগমৰ অধিবক্তাই এই পৰিপূৰক শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ পৰা দুদিনৰ সময় বিচাৰিছে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২১ নৱেম্বৰত।

দৰাচলতে ২০২৪ চনৰ ১৪ ছেপ্টেম্বৰত ভাদোহী জিলাৰ ভদোহী থানাত এছ আই হৰদত পাণ্ডেৰ এজাহাৰৰ ভিত্তিত বিধায়ক জাহিদ বেগ আৰু তেওঁৰ পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে নাবালিকা কিশোৰীক শ্ৰমিক হিচাপে ৰাখি তথা ভয়ংকৰ কাণ্ড সংঘটিত কৰাত উচটনি দিয়াৰ বাবে গোচৰ ৰুজু হৈছিল।

২০২৪ চনৰ ৯ ছেপ্টেম্বৰত বিধায়কগৰাকীৰ ঘৰত অৱস্থাত উদ্ধাৰ হয় নাবালক কিশোৰীগৰাকীৰ নিথঁৰ দেহ। এই গোচৰত বিধায়ক জাহিদ বেগ আৰু তেওঁৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুয়োজনেই কাৰাগাৰত আছে। ইয়াৰ পূৰ্বে ভাদোহী আৰক্ষীয়ে বিধায়কগৰাকীৰ পুত্ৰ জঈমক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে আদালতত আত্মসমৰ্পণ কৰে বিধায়ক জাহিদ বেগে।

পিছে বৰ্তমানেও পলাতক অৱস্থাত আছে বিধায়কগৰাকীৰ পত্নী সীমা বেগম। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ বাবে সীমা বেগমৰ বিৰুদ্ধে ২০৯ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। লগতে বিধায়কগৰাকীৰ পত্নী সীমা বেগমৰ সম্পত্তিও বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিছে আদালতে। জিলা আদালতৰ এই নিৰ্দেশৰ পিছতেই সোমবাৰে আৰক্ষীয়ে নাবালিকা কিশোৰীৰ ভয়ানক কাণ্ডৰ গোচৰত পলাতক সীমা বেগমৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

সীমা বেগমৰ সন্ধান চলি থকাৰ সময়তে বিধায়ক জাহিদ বেগক প্ৰয়াগৰাজৰ নাইনী কাৰাগাৰত আৰু পুত্ৰক বাৰাণসী কাৰাগাৰত ৰখা হৈছে। আৰক্ষী আৰু শ্ৰম বিভাগৰ দলে বিধায়কগৰাকীৰ ঘৰৰ পৰা আন এগৰাকী নাবালিকা কিশোৰীকো মুকলি কৰি দিয়ে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে ন্যায়াধীশ সমিত গোপালৰ একক বিচাৰপীঠে।

Tags: BhadohiMLAUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025