• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অষ্ট্ৰেলিয়ালৈ নাযায় মহম্মদ ছামী! প্ৰত্যাৱৰ্তনৰ পূৰ্বে ডাঙৰ দায়িত্ব

Nation NE by Nation NE
November 19, 2024
in Top News, ক্ৰীড়া
0 0
অষ্ট্ৰেলিয়ালৈ নাযায় মহম্মদ ছামী! প্ৰত্যাৱৰ্তনৰ পূৰ্বে ডাঙৰ দায়িত্ব
Share on FacebookShare on TwitterWhatsApp

আঘাতৰ বাবে যোৱা এবছৰ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়ে শেহতীয়াকৈ মধ্যপ্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী মেচত পুনৰ উভতি আহিছিল, য’ত তেওঁ ৭টা উইকেট দখল কৰি বংগক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। ইয়াৰ পিছতো বিচিচিআইয়ে এতিয়াও ছামীক অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ সিদ্ধান্ত লোৱা নাই।

টীম ইণ্ডিয়া আৰু ইয়াৰ প্ৰতিগৰাকী অনুৰাগীয়ে অপেক্ষা কৰি আছে যে কেতিয়া অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেগী বলাৰ মহম্মদ ছামী অষ্ট্ৰেলিয়ালৈ যাব। সন্তান জন্মৰ বাবে বৰ্তমান পৰিয়ালৰ সৈতে মুম্বাইতে আছে ৰোহিত।

ইফালে আঘাতৰ বাবে এবছৰৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়েও পাৰ্থ টেষ্টত খেলিব নোৱাৰিব। দ্বিতীয়খন টেষ্টৰ কাৰণে ৰোহিত উভতি অহাটো নিশ্চিত যদিও ছামী কেতিয়া ঘূৰি আহিব সেই সন্দৰ্ভত পৰিস্থিতি স্পষ্ট নহয়। এই কাৰণেই ৰঞ্জী ট্ৰফীত শক্তিশালী প্ৰত্যাৱৰ্তনৰ পিছতো তেওঁক বৰ্তমান অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হোৱা নাই আৰু এতিয়াতো বংগ ক্ৰিকেট দলত ছামীক অন্তৰ্ভুক্ত কৰা হৈছে, য’ত তেওঁক চৈয়দ মুস্তাক আলী ট্ৰফীত খেলা দেখা যাব।

১৮ নৱেম্বৰ সোমবাৰে বংগ ক্ৰিকেট এছ’চিয়েশ্যনে টি-২০ প্ৰতিযোগিতাখনৰ বাবে নিজৰ দল ঘোষণা কৰে, য’ত ৩৫ বছৰীয়া তাৰকা বেগী বলাৰগৰাকীকো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে, ছামীক অষ্ট্ৰেলিয়ালৈ যাবলৈ সময় লাগিব। ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত বংগৰ প্ৰথমখন খেল পঞ্জাৱৰ সৈতে হ’ব। অহা ২৫ নৱেম্বৰত পৰৱৰ্তী মেচ হায়দৰাবাদৰ বিৰুদ্ধে দলটোৱে খেলিব। এনে পৰিস্থিতিত ছামীয়ে এই দুয়োখন মেচ খেলিব পাৰে আৰু তাত তেওঁৰ ফিটনেছ দেখাৰ পিছত তেওঁক অষ্ট্ৰেলিয়ালৈ পঠোৱাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

বিগত বৰ্ষত এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্ৰাপ্ত ছামী যোৱা এবছৰ ধৰি খেলপথাৰৰ বাহিৰত আছিল। ফিটনেছৰ ওপৰত সন্দেহৰ বাবে তেওঁ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে নিৰ্বাচিত দলত নিৰ্বাচিত নহ’ল। অৱশ্যে যোৱা সপ্তাহতহে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যিক বংগৰ হৈ খেলপথাৰলৈ উভতি আহিছিল ছামী। মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলখনত ছামীয়ে প্ৰায় ৪৫ অভাৰত বলিং কৰি ৭টা উইকেট দখল কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ছামীৰ এই প্ৰদৰ্শনে তেওঁৰ ফিটনেছৰ ওপৰত থকা সন্দেহ দূৰ কৰাই নহয়, এতিয়াও তেওঁ যে তীব্ৰ বলিং কৰাৰ ক্ষমতা কৰা আছে সেই কথাও দেখুৱাই দিয়ে।

Tags: #cricketAustraliaSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025