• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোৱৰ যাত্ৰা! ভাৰত-চীনৰ বৈদেশিক মন্ত্ৰীৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা

Nation NE by Nation NE
November 19, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোৱৰ যাত্ৰা! ভাৰত-চীনৰ বৈদেশিক মন্ত্ৰীৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা
Share on FacebookShare on TwitterWhatsApp

পুনৰ আৰম্ভ হ’ব পাৰে কৈলাশ মানসৰোৱৰ যাত্ৰা। ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীৰ মাজত অনুষ্ঠিত হোৱা এখন বৈঠকত এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰা হয়। ইয়াৰ উপৰি দুয়োখন দেশৰ সমকক্ষৰ মাজত সীমাৰ নদীৰ তথ্য আদান-প্ৰদান, ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰু সংবাদ মাধ্যমৰ আদান-প্ৰদানৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা হয়।

ব্ৰাজিলত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য তথা বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

এই বৈঠকত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী দুজনে এটা কথাত একমত হয় যে আমাৰ সীমান্ত অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰে শান্তি আৰু স্থিতিশীলতা বজাই ৰখাত অৰিহণা যোগাইছে। আলোচনাত ভাৰত-চীন সম্পৰ্কৰ পৰৱৰ্তী পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

বিশেষ প্ৰতিনিধি আৰু বৈদেশিক সচিব-উপমন্ত্ৰীৰ মাজত অতি শীঘ্ৰে আন এখন গুৰুত্বপূৰ্ণ বৈঠক হ’ব বুলিও দুয়োখন দেশ সহমতত উপনীত হয়।

চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে আমি আধিপত্য প্ৰতিষ্ঠাৰ একপক্ষীয় পন্থাৰ বিৰোধী। ভাৰতে নিজৰ সম্পৰ্কক আন দেশৰ দৃষ্টিকোণৰ পৰা চোৱা নাই।

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়েও ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে একমত প্ৰকাশ কৰে যে বিশ্বৰ ৰাজনীতিত ভাৰত-চীনৰ সম্পৰ্কৰ বিশেষ গুৰুত্ব আছে। তেওঁ কয় যে আমাৰ নেতাসকলে কাজানত আগবাঢ়ি যোৱাৰ পথত সন্মতি প্ৰকাশ কৰিছে। দুয়োজন মন্ত্ৰীয়ে অনুভৱ কৰিছিল যে সম্পৰ্ক সুস্থিৰ কৰা, মতানৈক্য হ্ৰাস কৰা আৰু পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ।

Tags: ChinaForeign MinisterIndiaKailash Mansarovar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025