• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঢাকাত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ বাংলাদেশ-ভাৰত বৈঠক

Nation NE by Nation NE
November 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ঢাকাত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ বাংলাদেশ-ভাৰত বৈঠক
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ পতনৰ পাছতে অহা মাহৰ ডিচেম্বৰত ৰাজধানী ঢাকাত এখন উচ্চ পৰ্যায়ৰ বাংলাদেশ-ভাৰত বৈঠক অনুষ্ঠিত হ’ব। বাংলাদেশত চলি থকা উত্তেজনাৰ পাছত এইখন হ’ব দুয়োখন দেশৰ মাজত প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। বাংলাদেশৰ অভ্যুত্থানৰ পাছত এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।

তথ্য দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে, এই বৈঠক বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিন আৰু ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ নেতৃত্বত অনুষ্ঠিত হ’ব। বিষয়াগৰাকীয়ে জনোৱা মতে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে বৈঠকৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰি আছে আৰু এই সন্দৰ্ভত ২০ নৱেম্বৰ বুধবাৰে বৈদেশিক মন্ত্ৰালয়ত এখন প্ৰস্তুতি বৈঠকৰ আয়োজন কৰা হ’ব। এই বৈঠকত বৰ্তমানৰ চুক্তিসমূহৰ বিকাশ আৰু পূৰ্বৰ বৈঠকসমূহত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰা হ’ব।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী

আৱামী লীগ চৰকাৰৰ পৰা অপসাৰণ আৰু নতুন দিল্লীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আশ্ৰয় প্ৰদানৰ সিদ্ধান্ত লোৱাৰ পিছতেই ভাৰত-বাংলাদেশৰ সম্পৰ্কত উত্তেজনাৰ লক্ষণ দেখা গৈছিল। বাংলাদেশৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে ১৭ নৱেম্বৰত দেশৰ আগত দিয়া ভাষণত কয় যে, বৈদেশিক মন্ত্ৰালয়ে শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিব।

আৱামী লীগ চৰকাৰৰ পতনৰ পিছৰে পৰা ভাৰতীয় উচ্চায়ুক্তই বাংলাদেশী পৰ্যটকৰ বাবে দিয়া ভিছা সীমিত কৰি ৰাখিছে।

ইফালে বিদেশ উপদেষ্টা তৌহীদ হুছেইনে কয় যে, বিগত কেইবছৰমানৰ ভিতৰত ভাৰতৰ সৈতে স্বাক্ষৰিত চুক্তি আৰু বুজাবুজি চুক্তিসমূহ ঢাকাই পুনৰীক্ষণ কৰিব। অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাসকলে কয় যে, ভাৰতীয় একাংশ সংবাদ মাধ্যমে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত কৰা আক্ৰমণক অতিৰঞ্জিত কৰিছে, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ভাল নহয় আৰু লগতে ই দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে।

Tags: Awami LeagueBANLADESHIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025