• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গায়ানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ সৈতে সাক্ষাৎকাৰ

Nation NE by Nation NE
November 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গায়ানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ সৈতে সাক্ষাৎকাৰ
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে দক্ষিণ আমেৰিকাৰ গায়ানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিগত ৫৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰী গায়ানা ভ্ৰমণলৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্জটাউনত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি ইৰফানে তেওঁক বিমানবন্দৰত সাৱটি ধৰি উষ্ম আদৰণি জনায়।ৰাষ্ট্ৰপতিৰ লগতে ১২জনৰো অধিক কেবিনেট মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰীক আদৰণি জনায়।

গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁ গায়ানা সংসদৰ বিশেষ বৈঠকতো ভাষণ দিব।

গায়ানাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অমিত এছ তেলাঙে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত কয় যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ গায়ানা আৰু ভাৰত উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে, বিগত ৫ দশক ভাৰতৰ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বাবে গায়ানালৈ আহিছে। দুয়োখন দেশৰ সম্পৰ্ক বছৰ বছৰ পুৰণি। ঐতিহাসিকভাৱেও ই অতি শক্তিশালী। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ গায়ানা ভ্ৰমণে দুয়োখন দেশৰ মাজত বছৰ বছৰ ধৰি বিদ্যমান গভীৰ বন্ধুত্ব দেখুৱাবলৈ যথেষ্ট।

তেওঁ কয় যে, গায়ানাত ভাৰতীয় সম্প্ৰদায়ৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ দুয়োখন দেশৰ লোক অতিশয় উৎসাহিত। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গায়ানা ভ্ৰমণে দুয়োখন দেশৰ অংশীদাৰিত্বক এক নতুন জীৱন প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই গায়ানা এক বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সাজ-পোছাক পৰিধান কৰি সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে।

CARICOM-India শীৰ্ষ সন্মিলনত অংশগ্ৰহণ 

প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া গায়ানা ভ্ৰমণত বৃহস্পতিবাৰে CARICOM-India শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বৈঠকত তেওঁৰ সৈতে গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিচেলও উপস্থিত থাকিব। এই সন্মিলনৰ উদ্দেশ্য হ’ব দেশৰ শক্তি, আন্তঃগাঁথনি, কৃষি, খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া।

Tags: GuyanaPrime MinisterSouth America

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025