• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
25 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাজোত ধন দাবী কৰিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল শিৱসাগৰৰ যুৱক

Nation NE by Nation NE
November 20, 2024
in Top News, অসম
0 0
হাজোত ধন দাবী কৰিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল শিৱসাগৰৰ যুৱক
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যজুৰি চলি থকা ৰাসৰ আনন্দ উল্লাসৰ মাজতে হাজোৰ চেঁচামুখ ৰাসত ধন দাবী কৰিবলৈ আহি আটক হৈছে নিজকে স্বয়ম্ভূ জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া এজন যুৱক।

অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনৰ হৈ ধন দাবী কৰিবলৈ আহি আটক হোৱা জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া যুৱকজনক ঋতুৰাজ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা অনুসৰি, ২৫ ডিচেম্বৰত হ’বলগীয়া অধিবেশনৰ নাম লৈ এক লাখ টকা দাবী কৰিছিল ঋতুৰাজ শইকীয়াই। ৰাইজৰ অভিযোগ অনুসৰি পংকজ গগৈ নামৰ নেতা এজনৰ নাম লৈ দাবী কৰিছিল এই ধন।

যুৱক জনৰ ঘৰ শিৱসাগৰ জিলাৰ নামতি ভেৰাবাৰী গাঁৱত। ইফালে ৰাস উদযাপন সমিতিয়ে ধৃত যুৱকজনক হাজো আৰক্ষীক চমজাই দিয়ে।

বৰ্তমান হাজো আৰক্ষী থানাই যুৱকজনক সোধা-পোচা অব্যাহত ৰাখিছে।

Tags: ExtortionHajoHajo Police Station

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025