• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL ২০২৫ৰ মেগা নিলামত আলোড়নৰ সৃষ্টি কৰিব এই ৫ খেলুৱৈয়ে

Nation NE by Nation NE
November 21, 2024
in Top News, ক্ৰীড়া
0 0
IPL ২০২৫ৰ মেগা নিলামত আলোড়নৰ সৃষ্টি কৰিব এই ৫ খেলুৱৈয়ে
Share on FacebookShare on TwitterWhatsApp

IPL ২০২৫ৰ পূৰ্বে অহা ২৪ আৰু ২৫ নৱেম্বৰত জেদ্দাৰ আবাদী আল জোহৰ এৰিনাত অনুষ্ঠিত হ’ব খেলুৱৈৰ নিলাম। মাত্ৰ ৫৭৪ গৰাকী খেলুৱৈৰ নিলাম হ’ব, ইয়াৰে ৩৬৬ গৰাকী ভাৰতীয় আৰু ২০৮ গৰাকী বিদেশী খেলুৱৈ।

ইয়াৰ উপৰিও কিছুমান খেলুৱৈক আনকেপড হিচাপে ৰখা হৈছে।

মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ ভাগ্য নিৰ্ণয় হ’ব IPL ২০২৫ৰ মেগা নিলামত। অহা ২৪ আৰু ২৫ নৱেম্বৰত ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব এই খেলুৱৈ নিলাম, য’ত ১০খন ফ্ৰেঞ্চাইজিয়েই বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকা খেলুৱৈৰ বাবে নিলাম কৰা দেখা যাব।

এই নিলামৰ সময়ত কেপড খেলুৱৈৰ বাহিৰেও বহু আনকেপড খেলুৱৈৰ চাহিদা বৃদ্ধি হ’ব বুলি ধৰি লোৱা হৈছে। যোৱা ছিজনত এই যুৱ খেলুৱৈসকলে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছিল। এনে পৰিস্থিতিত এই খেলুৱৈক কিনিবলৈ বহু দলৰ মাজত এক বিৰাট প্রতিদ্বন্দ্বিতা হ’ব৷

  • আশুতোষ শৰ্মা

নিলামত অতি উচ্চ মূল্যত নিলামিত হ’ব পৰা খেলুৱৈসকলৰ ভিতৰত আশুতোষ শৰ্মা অন্যতম। IPL ২০২৫ৰ বাবে আশুতোষ শৰ্মাক ধৰি ৰাখিব নোৱাৰিলে পঞ্জাব কিংছে। যোৱা ছিজনত IPLত অভিষেক ঘটাই পঞ্জাব কিংছৰ হৈ ১১খন মেচ খেলিছিল। এই মেচখনত আশুতোষ শৰ্মাই ৯ ইনিংছত বেটিং কৰি ১৬৭.২৫ ষ্ট্ৰাইক ৰেটেৰে ১৮৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ২টা অৰ্ধশতকৰো অৰ্জন কৰে।

  • অংকৃশ ৰঘুবংশী

১৯ বছৰীয়া যুৱ বেটছমেন অংকৃশ ৰঘুবংশীয়ে IPLৰ শেষ ছিজনত বহু শিৰোনাম দখল কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি থকাৰ সময়তে তেওঁ অভিষেক ঘটায়। ২০২৪ চনৰ IPLত কে কে আৰৰ হৈ খেলা ১০খন মেচত ৰঘুবংশীয়ে এক অৰ্ধশতকৰে ১৬৩ ৰান সংগ্ৰহ কৰি ১৫৫.২৪ৰ উৎকৃষ্ট ষ্ট্ৰাইক ৰেটত বেটিং কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।

  • ৰসিক চালাম

যোৱা ছিজনত দিল্লী কেপিটেলছ দলৰ অংশ আছিল ৰছিখ চালাম। দিল্লী দলৰ হৈ ৮খন মেচ খেলিছিল। এই সময়ছোৱাত ৰছিখ চালামে ৯টা উইকেট দখল কৰিছিল। দিল্লী কেপিটেলছৰ পূৰ্বে এইগৰাকী খেলুৱৈ মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ দলৰ অংশও আছিল। শেহতীয়াকৈ এইগৰাকী খেলুৱৈয়ে এচিচি টি-২০ ইমাৰ্জিং টীম এছিয়া কাপ ২০২৪তো বলিঙৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

  • বৈভৱ অৰোৰা

হিমাচল প্ৰদেশৰ ছুইং বলাৰ বৈভৱ অৰোৰাৰো এইবাৰ চাহিদা বাঢ়িব পাৰে। বৈভৱ অৰোৰাই IPLৰ অন্তিম ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি থকাৰ সময়তে ১০খন মেচত ১১টা উইকেট দখল কৰে। যোৱা ৩টা ছিজনত তেওঁ IPLৰ অংশ হৈ আছে।

  • অভিনৱ মনোহৰ

অভিনৱ মনোহৰ IPLত গুজৰাট টাইটানছৰ দলৰ অংশ আছিল। কিন্তু ২০২৪ চনৰ IPLত তেওঁক মাত্ৰ ২ খন মেচতহে সুযোগ দিয়া হৈছিল। অভিনৱ মনোহৰ বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত। তেওঁ IPLত বৰ্তমানলৈকে ১৯খন মেচ খেলিছে, এই সময়ছোৱাত তেওঁ ১৩২.৭৫ ষ্ট্ৰাইক ৰেটত ২৩১ ৰান সংগ্ৰহ কৰিছে। শেহতীয়াকৈ তেওঁ ঘৰুৱা ক্ৰিকেটতো বহু বিস্ফোৰক ইনিংছ খেলিছে।

Tags: #cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025