• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

COVID ভাইৰাছে নিৰাময় কৰিব জটিল ৰোগ কেন্সাৰ! কি কয় বিজ্ঞানীসকলে?

Nation NE by Nation NE
November 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
COVID ভাইৰাছে নিৰাময় কৰিব জটিল ৰোগ কেন্সাৰ! কি কয় বিজ্ঞানীসকলে?
Share on FacebookShare on TwitterWhatsApp

হুলেৰে হুল উলিয়াবলৈ চেষ্টা কৰিছে একাংশ বিজ্ঞানীসকলে। এক মাৰাত্মক ৰোগ নিৰ্মূলৰ বাবে চেষ্টা চলোৱা হৈছে মাৰাত্মক ভাইৰাছ ব্যৱহাৰৰ।

ইনভেষ্টিগেশ্যন’ নামৰ এখন বৈজ্ঞানিক আলোচনীত নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে, মাৰাত্মক ভাইৰাছৰ সহায়ত মাৰাত্মক ৰোগ নিৰ্মূল কৰিব পাৰি। তেওঁলোকে দাবী কৰিছে যে, ক’ৰনা হৈছে কৰ্কট ৰোগৰ যম। প্ৰাথমিক অধ্যয়নত বিজ্ঞানীসকলে দেখিছে যে, কৰ’না ভাইৰাছে মানৱৰ শৰীৰৰ কৰ্কট কোষ ধ্বংস কৰে।

নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে এতিয়া ক’ৰ’না ভাইৰাছক কৰ্কট ৰোগ নিৰাময়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে। প্ৰধান অনুসন্ধানকাৰী অংকিত ভাৰত আৰু তেওঁৰ সহযোগীসকলে এই বিষয়ত গৱেষণা কৰি আছে। অংকিতে কয় যে, প্ৰথম অৱস্থাত ক’ৰোনা বা ছাৰ্চ-ক’ভ-২ ভাইৰাছৰ ‘আৰ এন এ’ পৰীক্ষামূলকভাৱে প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰি কৰ্কট কোষক ধ্বংস কৰিবলৈ সক্ষম হৈছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে, কৰ’না ভাইৰাছত আক্ৰান্ত হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষ অধিক সক্ৰিয় হৈ উঠে। তাৰ পিছত ইয়ে কেন্সাৰ কোষ বিয়পি পৰাত বাধা প্ৰদান কৰে।

শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে শ্বেত ৰক্তকণিকা (মনোচাইট)ত থকা ইমিউন কোষ (immune cells) সক্ৰিয় হৈ পৰে। এই মনোচাইটবোৰ ৰক্তবাহী নলীৰ যোগেদি লাহে লাহে গোটেই শৰীৰলৈ পৰিবহণ কৰা হয়। কিন্তু মনোচাইটৰ ক্ষমতা সীমিত। ইয়ে বীজাণু নাশ কৰে, যদিও কেন্সাৰ কোষত উপনীত হ’ব নোৱাৰে। ইয়াৰ বাবে এটা বিশেষ ধৰণৰ ‘ৰিচেপ্টৰ’ৰ প্ৰয়োজন যিটো মানুহৰ শৰীৰত উৎপন্ন নহয়। কিন্তু বিজ্ঞানীসকলে দেখিলে যে কৰ’না শৰীৰত প্ৰৱেশ কৰাৰ পিছত স্বাভাৱিক মনোচাইট কোষবোৰ সলনি হৈ ‘ননক্লাছিকেল মন’চাইট’ নামৰ আন এটা প্ৰকাৰৰ কোষ উৎপন্ন হয়। নতুন কোষটোত ‘CCR2’ নামৰ এক প্ৰকাৰৰ ‘ৰিচেপ্টৰ’ উৎপন্ন হৈ আছে, যাৰ সহায়ত কেন্সাৰ কোষত উপনীত হোৱাটো সম্ভৱ কৰি তুলিছে।

নতুন গৱেষণা কিমান নিৰ্ভৰযোগ্য?

বিশিষ্ট কেন্সাৰ চিকিৎসক গৌতম মুখাৰ্জীৰ মতে, ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত কৰ্কট ৰোগী এজনৰ অৱস্থা অধিক বেয়া হৈ পৰে। ক’ৰ’নাৰ বাবে চিকিৎসাতো পলম হয়। কিন্তু এতিয়া গৱেষণাই দাবী কৰিছে যে, ক’ৰ’না ভাইৰাছৰ প্ৰভাৱৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে। ক’ৰ’না ভাইৰাছৰ দ্বাৰা কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ নিৰ্মূল সম্ভৱ নেকি সেই বিষয়ে জানিবলৈ গৱেষণাটো বহু দূৰ আগুৱাই নিব লাগিব। মাত্ৰ এখন গৱেষণা পত্ৰৰে প্ৰমাণ কৰাটো সম্ভৱ নহয়।

বিজ্ঞানীসকলে প্ৰকৃততে ক’ৰ’না ভাইৰাছৰ সৈতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ইমিউন’থেৰাপীৰ চেষ্টা কৰিছে। এই মন্তব্য কেন্সাৰ চিকিৎসক শুবোদীপ চক্ৰৱৰ্তীয়ে। তেওঁৰ মতে,  ক’ৰ’ণাৰ দ্বাৰা কেন্সাৰ নিৰাময়ৰ পদ্ধতি কিমান সফল হ’ব সেয়া জানিবলৈ অতি কমেও পাঁচ বছৰ অপেক্ষা কৰিব লাগিব।মানৱ শৰীৰৰ পৰীক্ষা নকৰাকৈ নিশ্চিত হোৱাটো সম্ভৱ নহয়।

Tags: CancerCovidMedical life

Related Posts

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!
Top News

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

April 27, 2026
‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026

শীৰ্ষ সংবাদ

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025