• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বুমৰাহৰ বলিং বিক্ৰমত বিধ্বস্ত অষ্ট্ৰেলিয়া; ৱাছিম আক্ৰামে কৰিলে ডাঙৰ মন্তব্য

Nation NE by Nation NE
November 22, 2024
in Top News, ক্ৰীড়া
0 0
বুমৰাহৰ বলিং বিক্ৰমত বিধ্বস্ত অষ্ট্ৰেলিয়া; ৱাছিম আক্ৰামে কৰিলে ডাঙৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

আজিৰ পৰা আৰম্ভ হৈছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচ। পাৰ্থত চলি থকা প্ৰথমখন মেচত যশপ্ৰীত বুমৰাহৰ বলিং বিক্ৰমত একপ্ৰকাৰ দিশহাৰা হৈ পৰা দেখা যায় অষ্ট্ৰেলিয়া দলৰ বেটাৰসকলক।

বুমৰাহৰ আক্ৰমণাত্মক বলিঙৰ বাবেই থৰক-বৰক হৈ পৰে অষ্ট্ৰেলিয়া দলৰ প্ৰথম ইনিংছ। বুমৰাহৰ বলিঙত কেৱল তেওঁৰ অনুৰাগীয়ে নহয় বিশ্ব ক্ৰিকেটৰ প্ৰাক্তন ক্ৰিকেটাৰসকলো আপ্লুত হৈ পৰা দেখা যায়।

বুমৰাহৰ প্ৰদৰ্শনত আপ্লুত হৈ পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰামে তেওঁক বিশ্বৰ আটাইতকৈ মহান বলাৰৰূপে আখ্যা দিয়ে। কমেণ্ট্ৰি কৰি থকাৰ সময়ত আক্ৰামে বুমৰাহক বিশ্বৰ আটাইতকৈ বিধ্বংসী বলাৰ বুলি কয়।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত যেতিয়া বুমৰাহে ষ্টিভ স্মিথক এল বি ডব্লিউৰ ৰূপত আউট কৰে তেতিয়া কমেণ্ট্ৰি কৰি থকা আক্ৰামে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কমেণ্ট্ৰি বক্সৰ পৰাই চিঞঁৰি কয়, ‘বিশ্ব ক্ৰিকেটৰ আটাইতকৈ শ্ৰেষ্ঠ বলাৰ বুমৰাহ।’

ইফালে প্ৰথম দিনৰ খেলৰ অন্তত ৱাছিম ​​আক্ৰমে কয়, ‘চাওক, মই বুমৰাহক শ্ৰেষ্ঠ বলাৰ বুলি গণ্য কৰো। তেওঁৰ ছুইং আৰু গতি আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ সঠিক লাইন আৰু লেংথেৰে বলিং কৰে। তেওঁৰ বলৰ সন্মুখীন হোৱাটো বেটছেমনসকলৰ বাবে অত্যন্ত কঠিন। সেয়ে মই বুমৰাহক বিশ্বৰ শ্ৰেষ্ঠ বলাৰ বুলি গণ্য কৰো।’

উল্লেখ্য যে, পাৰ্থ টেষ্টৰ প্ৰথম দিনা প্ৰথমে বেট ধৰা ভাৰতে নিজৰ প্ৰথম ইনিংছ সামৰে মাত্ৰ ১৫০ ৰানত। ভাৰতৰ বেটিং প্ৰদৰ্শন ইমানেই শোচনীয় আছিল যে ১১ জন বেটাৰৰ ৬ জনেই স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ। নিউজিলেণ্ড শৃংখলাৰ দৰে পুনৰ এবাৰ অসফল হ’ল বিৰাট কোহলী।

ইফালে ভাৰতক সীমিত স্ক’ৰতে সীমাবদ্ধ কৰিবলৈ সক্ষম হোৱা অষ্ট্ৰেলিয়া দলৰো প্ৰথম ইনিংছৰ আৰম্ভণি সুখকৰ নহ’ল। প্ৰথম টেষ্টত ভাৰতক নেতৃত্ব দিয়া বুমৰাহৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়াৰ বেটাৰ। দিনটোৰ অন্তত অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৬৭ ৰান।

ভাৰতৰ হৈ বুমৰাহে চাৰিটা, ছিৰাজে দুটা আৰু হৰ্ষিত ৰানাই এটা উইকেট লাভ কৰে। ভাৰতে প্ৰথম ইনিংছত ৮৩ ৰানৰ অগ্ৰগতি লাভ কৰি আছে।

Tags: Border-Gavaskar TrophyIndia vs AustraliaJasprit BumrahWasim Akram

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025