• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলৰ মেগা নিলাম: আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ ঋষভ পণ্ট!

Nation NE by Nation NE
November 24, 2024
in Top News, ক্ৰীড়া
0 0
আই পি এলৰ মেগা নিলাম: আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ ঋষভ পণ্ট!
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ মেগা নিলামৰ প্ৰথম ঘণ্টাটো যথেষ্ট ৰোমাঞ্চকৰ আছিল। প্ৰথম অৱস্থাত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাক্তন অধিনায়ক শ্ৰেয়াছ আয়াৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। ২৬.৭৫ কোটি টকাত পঞ্জাব কিংছে তেওঁক ক্ৰয় কৰিছিল, যদিও কিছু সময়ৰ ভিতৰতে এই অভিলেখ ভংগ হয়।

আই পি এলৰ মেগা নিলামত আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাৰ বিপুল পৰিমাণত ক্ৰয় কৰে ঋষভ পণ্টক। দিল্লী কেপিটেলে আৰ টি এমৰ চেষ্টা চলাই, যদিও লক্ষ্ণৌৱে পাছত ২৭ কোটি টকাৰ বিনিময়ত ঋষভ পন্তক ক্ৰয় কৰে।

ইফালে শ্ৰেয়াছ আয়েৰে লাভ কৰে ২৬.৭৫ কোটি টকা।বিগত বৰ্ষত কলকাতাক চেম্পিয়ন কৰা শ্ৰেয়াছ আয়াৰেও আই পি এল ২০২৫ৰ নিলামত বিপুল পৰিমাণৰ ধন লাভ কৰে। ২৬.৭৫ কোটি টকাৰ বিপুল পৰিমাণত পঞ্জাব কিংছে আয়াৰক ক্ৰয় কৰে।

পিছে বৰ্তমান ঋষভ পন্ত আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। শ্ৰেয়াছ আয়াৰ হয় দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ। এই দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ দলে মুকলি কৰি দিছিল। শ্ৰেয়াছ আয়াৰক কেকেআৰে মুক্তি দিয়াৰ বিপৰীতে ঋষভ পন্তক মুক্তি দিছিল দিল্লী কেপিটেলছে। এতিয়া আয়ৰক ২৬.৭৫ কোটি টকাত পঞ্জাৱ কিংছে ক্ৰয় কৰে আৰু ঋষভ পন্তক লক্ষ্ণৌৱে ২৭ কোটিত ক্ৰয় কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে দলৰ অধিনায়কত্ব লাভ কৰিব পাৰিব বুলি বিশ্বাস কৰা হয়।

ইংলেণ্ডৰ বিস্ফোৰক উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰক ক্ৰয়ৰ বাবে বহু দলৰ মাজত প্ৰতিযোগিতা চলে। অৱশ্যে শেষত গুজৰাট টাইটানছে ১৫.৭৫ কোটি টকাত এই ষ্টাৰ অ’পেনাৰজনক ক্ৰয় কৰে।

যোৱা ছিজনলৈকে বাটলাৰ ৰাজস্থান ৰয়েলছৰ অংশ আছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও জোছ বাটলাৰক ক্ৰয়ৰ বাবে ডাঙৰ বিড কৰিছিল।

লক্ষ্ণৌ আৰু গুজৰাটৰ মাজত তীব্ৰ যুদ্ধ হৈছিল। কিন্তু শেষত গুজৰাটে বাটলাৰক ক্ৰয় কৰাত সফল হয়। এইগৰাকী খেলুৱৈৰ বাবে লক্ষ্ণৌৱে ১৫.২৫ কোটি টকা পৰ্যন্তলৈ দিবলৈ সাজু হৈছিল।

Tags: #cricketIPLSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025